হিন্দুত্ববাদৰ ধ্বজ্জা কঢ়িয়াইছে মধ্যপ্ৰদেশ চৰকাৰে। এটাৰ পাছত আনটো হিন্দুত্ববাদী সিদ্ধান্ত। মধ্যপ্ৰদেশত গঠন হ’ব cow cabinet । ঘোষণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। কি কি বিভাগ অন্তৰ্ভুক্ত হ’ব cow cabinetত?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ