• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

3 years ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

5 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

5 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

6 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

6 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

7 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

7 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

8 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

9 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

9 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

10 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

10 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

editor by editor
August 9, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যান্ত্ৰিক জীৱনত সকলো মানুহেই অভ্যস্ত হৈ পৰিছে। চহৰাঞ্চলত অত্যাধিক পৰিমানে বাঢ়িছে প্ৰদূষণ। ইয়াৰোপৰি বতাহত বিভিন্ন ভাইৰাছ, বেক্টেৰীয়া আৰু ধূলিকণা মিহলি হৈ থকাৰ বাবে ব্যক্তিৰ হাওঁফাওঁৰ সংক্ৰমণ বাঢ়িছে। নাকেৰে অক্সিজেন লোৱাৰ সময়ত শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে প্ৰদুষিত বায়ু লোৱাৰ বাবেই এই সংক্ৰমণ বৃদ্ধি পাইছে। এই প্ৰদুষিত পদাৰ্থ তেজত মিহলি হৈ পৰে। তাৰপৰাই নানান সমস্যাৰ উদ্ভৱ হয়। প্ৰদূষিত বায়ুৰ প্ৰভাৱতেই এজমা, চিওপিডিৰ দৰে সমস্যা বৃদ্ধি পায়। ইয়াৰোপৰি হাওঁফাওঁৰ কৰ্কটো হ’ব পাৰে। পৰিবেশবিদ আৰু বিজ্ঞানীৰ দাবী, বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বঢ়াই তোলাৰ তিনিটা পৃথক কাৰণ আছে।

ধূমপান

হাওঁফাওঁৰ সমস্যা হোৱাৰ বিশেষ কাৰণ হৈছে ধূমপান। হাওঁফাওঁৰ সমস্যাত যদি ৬০ শতাংশ দায়ী ধূলিকণা তেন্তে বাকী ৰোৱা ৪০ শতাংশৰ দায় কিন্তু ধূমপানৰ। ইয়াৰ বাবেই হাওঁফাওঁৰ জটিল সমস্যাই দেখা দিব পাৰে। বহু দিন ধৰি চিপিওডিত আক্ৰান্ত, শ্বাসকষ্টৰ সমস্যাত এতিয়া বহুজনেই ভূগি আছে। নিজেই চিগাৰেট সেৱন কৰিলে হাওঁফাওঁৰ সমস্যা হয় তেনে নহয়। কাষত যদি কোনোৱে চিগাৰেটৰ ধোৱা উৰুৱাই তাৰ পৰাও এই ৰোগ হ’ব পাৰে।

জৈৱ জীৱাশ্ম ইন্ধন
ভাৰতৰ বিভিন্ন প্ৰদেশৰ গ্ৰাম্যাঞ্চলত এতিয়াও ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। মহিলাসকলৰ শ্বাসনলী, হাওঁফাওঁৰ সমস্যা বা কৰ্কটত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হৈছে এই ইন্ধনৰ পৰা নিৰ্গত হোৱা ধোঁৱা। এই ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এল পি জি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। ইয়াৰোপৰি মুকলি ঠাইত খাদ্য ৰান্ধিলে ধোঁৱা চৌদিশে বিয়পি পৰে। এই ধোঁৱাই হাওঁফাওঁৰ সংক্ৰমণ বঢ়াই তোলে।

ৰেডন গেছ
প্ৰকৃতিয়েই এই গেছৰো উৎস। পাহাৰৰ মাটি আৰু পানীৰ মাজত বায়বীয় অৱস্থাত থকা এই ৰেডন গেছ গোন্ধহীন। সাধাৰণতে ঘৰত থকা ছিদ্ৰৰে এই গেছ ভিতৰত প্ৰৱেশ কৰি দীৰ্ঘ দিন পৰ্যন্ত ভিতৰত আৱদ্ধ হৈ থাকিব। বহু বছৰ ধৰি উশাহ-নিশাহত ৰেডন গেছ লৈ থাকিলে হাওঁফাওঁত সংক্ৰমণ হয়। চিকিৎসকে জনোৱা অনুসৰি এই ৰেডন গেছেই এতিয়া হাওঁফাওঁৰ সংক্ৰমণৰ প্রধান কাৰণ হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
Next Post
তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.