• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

editor by editor
September 18, 2023
in ক্ৰীড়া, ভাৰত
0
৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ হৈ বিশেষ পাৰদৰ্শিতা দেখুৱাইছে মহম্মদ ছিৰাজে৷ মহম্মদ ছিৰাজৰ খেলে ধৰাশায়ী কৰিছে শ্ৰী লংকাক৷ ফাইনেলত মাত্ৰ ৫০ ৰান কৰিয়েই অল আউট হৈছে শ্ৰী লংকাৰ দল৷ মেছত জিকি ৪ লাখ ১৫ হাজাৰ টকা লাভ কৰিছে মহম্মদ ছিৰাজে৷ কিন্তু পুৰস্কাৰৰ এই টকা উভতাই দিছে ছিৰাজে৷ গ্ৰাউণ্ড ষ্টাফৰ মাজত তেওঁ সেই ধন বিতৰণ কৰি দিছে৷

ভাৰতীয় বলাৰ মহম্মদ ছিৰাজৰ মতে গ্ৰাউণ্ড ষ্টাফসকলে বৰষুণৰ মাজতো খেলৰ বাবে ফিল্ডখন ৰেডী কৰি দিয়ালৈকে সকলোবোৰ কামেই সুচাৰুৰূপে কৰি দিয়াৰ বাবেহে খেলখন খেলিব পৰা গ’ল৷ সেয়ে ছিৰাজে নিজৰ পুৰস্কাৰৰ ধন সেই গ্ৰাউণ্ড ষ্টাফসকলৰ মাজত বিতৰণ কৰি দিছে মহম্মদ ছিৰাজে৷ মেছ শেষ হোৱাৰ পাছতেই ছিৰাজে পুৰস্কাৰৰ ধন এইসকল কৰ্মীৰ হাতত তুলি দিয়ে৷ কিয় এই ধন গ্ৰাউণ্ড ষ্টাফক দিলে ছিৰাজে সেই বিষয়ে তেওঁ কয়, ‘এই পুৰস্কাৰ কলম্বোৰ এইসকল গ্ৰাউণ্ড ষ্টাফৰ প্ৰাপ্যই৷ তেওঁলোক অবিহনে এই প্ৰতিযোগিতা আয়োজন কৰাই অসম্ভৱ আছিল৷ এই পুৰস্কাৰ তেওঁলোকৰ প্ৰাপ্য৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন