• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

7 days ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

12 hours ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

13 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

14 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

15 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

17 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

18 hours ago
এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

19 hours ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

3 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

  • About
  • Advertise
  • Careers
Monday, September 25, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

editor by editor
September 18, 2023
in ভাৰত, ৰাজনীতি
0
মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মমতা বেনাৰ্জীৰ আঁচনি এইবাৰ ছোনীয়াৰ হাতত৷ পশ্চিমবংগৰ ‘মহালক্ষ্মী’ প্ৰকল্প এইবাৰ আৰম্ভ কৰিছে কংগ্ৰেছ দলেও৷ তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ঘোষণা কৰিছে মহালক্ষ্মী প্ৰকল্পৰ৷ দেওবাৰে হায়দৰাবাদৰ পৰা তেলেংগানালৈ যাত্ৰা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাই৷ মঞ্চত ছোনীয়া গান্ধীৰ উপস্থিতিত কংগ্ৰেছে তেলেংগানাবাসীক দিছে ৬টা বিশেষ গেৰাণ্টি৷ এইসমূহৰ ভিতৰত অন্যতম হৈছে মহালক্ষ্মী প্ৰকল্প৷ এই আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাৰ বেংক একাউণ্টত সোমাব ২৫০০ টকাকৈ ধন৷ ইয়াৰোপৰি চৰকাৰী বাছত বিনামূলীয়া যাত্ৰা৷ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ৫০০ টকা বুলি ঘোষণা কৰিছে কংগ্ৰেছ দলে৷ ৰাজনৈতিক মহলত সকলোৰে নজৰ এতিয়া মহালক্ষ্মী আঁচনিৰ ওপৰতেই৷ কাৰণ I.N.D.I.A জোঁটত থকা তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত পাৰস্পৰিক বিৰোধীতা থাকিলেও দেশৰ প্ৰেক্ষাপটত একেলগে কাম কৰিবলৈ আগবাঢ়িছে দুয়োটা দলেই৷ সেয়ে তৃণমূলৰ আঁচনিকেই কংগ্ৰেছে তেলেংগানাত এপ্লাই কৰিছে৷

ইতিমধ্যে কংগ্ৰেছশাসিত কৰ্ণাটকত আৰম্ভ হৈছে এই প্ৰকল্প৷ শুকুৰবাৰে তামিলনাডুত এই প্ৰকল্প আৰম্ভ কৰিছে এম কে ষ্টেলিনেও৷ মহালক্ষ্মী আঁচনিৰ প্ৰতিশ্ৰুতি নিজেই দিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে৷ এই আঁচনিৰ কথা টুইটযোগে জনাইছে কংগ্ৰেছ নেতা কে চি বেণুগোপালে৷ ৰাজনৈতিক মহলতো লোকসভা নিৰ্বাচনৰ পূৰ্বে মহালক্ষ্মী আঁচনিৰ চাহিদা সমগ্ৰতে বৃদ্ধি পাইছে৷ এই আঁচনিৰ জনপ্ৰিয়তা মহিলাসকলৰ মাজত বিশেষভাৱে বৃদ্ধি পাইছে৷ তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰলৈ আহি মেঘালয়তো এই আঁচনিৰ কথা প্ৰচাৰ কৰিছিল৷ আগন্তুক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে এইবাৰ এই আঁচনিকেই বিশেষভাৱে প্ৰচাৰ কৰিছে৷

এক সমীক্ষা অনুসৰি দক্ষিণৰ ৰাজ্যসমূহত মহিলা ভোটাৰৰ প্রধান ভূমিকা আছে৷ সেয়ে প্ৰত্যেকটো দলেই মহিলাক বিশেষ টাৰ্গেট কৰি লয়৷ মহিলাৰ উদ্দেশ্যেই আঁচনিও প্ৰদান কৰে সকলোবোৰ ৰাজনৈতিক দলেই৷ বিজেপিয়েও মহিলাৰ বিভিন্ন আঁচনি এই ৰাজ্যসমূহত প্ৰচাৰৰ আওতালৈ আনিছে৷ বিজেপিয়ে আঁচনি আনিলেও মহিলাসকলে কিন্তু কংগ্ৰেছৰ আঁচনিৰ প্ৰতিহে বেছিকৈ আকৃষ্ট হোৱা বুলি জনাইছে সমীক্ষাটোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন
Uncategorized

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

September 24, 2023
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?
ভাৰত

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

September 24, 2023
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?
জীৱনশৈলী

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

September 24, 2023
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ
বিবিধ

Next Post
লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ...

১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন