• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

1 hour ago
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

2 hours ago
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

2 hours ago
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

3 hours ago
আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

আহিব ভাল দিন, শীঘ্ৰে কোন কোন ৰাশিৰ উজ্জ্বল হ’ব ভাগ্য?

3 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

4 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

5 hours ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

5 hours ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

6 hours ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

7 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

7 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

editor by editor
September 18, 2023
in ভাৰত, ৰাজনীতি, লেখা
0
লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকৰ্মা পূজা উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ তাৰিখেই দিল্লীৰ দ্বাৰকাৰ পৰা ‘পি এম বিশ্বকৰ্মা’ নামৰ নতুন প্ৰকল্প আৰম্ভ কৰিছে৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা পি এম বিশ্বকৰ্মাৰ ল’গ, টেগলাইন আৰু পৰ্টেলো আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ প্রধান লক্ষ্য হৈছে যিসকল ব্যক্তিয়ে যন্ত্ৰপাতিৰ সৈতে প্ৰতিদিনে জড়িত হৈ থাকে এইসকল লোকক সহায় কৰা৷ পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত কোন কোন শ্ৰমিক থাকিব সেই তথ্যও দাঙি ধৰিছে প্রধানমন্ত্ৰীৰ বিশেষ সূত্ৰই৷

পি এম বিশ্বকৰ্মা আঁচনিৰ অন্তৰ্ভূক্ত হ’ব কাঠমিস্ত্ৰি, নৌকা প্ৰস্তুতকাৰী, অস্ত্ৰ প্ৰস্তুতকাৰী, কমাৰ, হেমাৰ আৰু টুলকিট মেকাৰ, তলা প্ৰস্তুতকাৰী, সোণাৰী, কুমাৰ, ভাস্কৰশিল্প, শিল ভঙা শ্ৰমিক, মুচি, ৰাজমিস্ত্ৰি, ঝাড়ু মৰা শ্ৰমিক, খেলনা নিৰ্মাতা, নাপিত, মালা প্ৰস্তুতকাৰী, ধূপ নিৰ্মাণকাৰী শ্ৰমিক, দৰ্জি আৰু মাছৰ জাল তৈয়াৰ কৰা শ্ৰমিকসকলকো সামৰি ল’ব এই আঁচনিৰ অধীনত৷ প্রধানমন্ত্ৰী মোদীয়ে জনসমাবেশত ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে এইবাৰৰ বিশ্বকৰ্মা পূজা শিল্পীসকলৰ প্ৰতি উৎসৰ্গিত৷

প্রধানমন্ত্ৰীয়ে লগতে কয় যে পি এম বিশ্বকৰ্মা আঁচনিয়ে লক্ষাধিক শ্ৰমিক তথা শিল্পীয়ে বহুকেইটা সুবিধা লাভ কৰিব৷ এই আঁচনিৰ নামত ১৩,০০০ কোটি টকা ব্যয় কৰিব চৰকাৰে৷ এই আঁচনিৰ অধীনত বায়োমেট্ৰিক ভিত্তিত পি এম বিশ্বকৰ্মা পৰ্টেল ব্যৱহাৰ কৰিব পাৰিব৷ বিনামূল্যে বিশ্বকৰ্মা পৰ্টেলত আপুনি পঞ্জীয়ন কৰিব পাৰিব৷ বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু আই ডি কাৰ্ডৰ মাধ্যমেৰে আৱেদন কৰিব পাৰিব৷ মৌলিক আৰু উন্নত প্ৰশিক্ষণৰ দ্বাৰা দক্ষতা পৰীক্ষা কৰা হ’ব৷ এই আঁচনিৰ অন্তৰ্ভূক্ত লোকক ১৫০০০ টকাৰ টুলকিট ইনছেনটিভ, ৫ শতাংশ সুদৰ হাৰত ১ লাখ টকা আৰু ২ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

April 17, 2026
ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে
বিনোদন

ধনী ব্যক্তিৰ তালিকাত ৰণবীৰ কাপুৰ, আলিয়াই স্বামীক সুধিলে এইদৰে

April 17, 2026
ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!
বাণিজ্য

ডাকঘৰত ধন জমা কৰি হওক ধনী, মাত্ৰ জানক সঠিক হিচাপ!

April 17, 2026
‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই
বিনোদন

‘ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই’, অৱশেষত ক্ষমা বিচাৰিলে মৰ্মিতা মিত্ৰই

April 17, 2026
Next Post
১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.