• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

3 years ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

3 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

4 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

5 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

6 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

7 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

8 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

editor by editor
September 18, 2023
in বিবিধ, ভাৰত
0
১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাইলৈ গণেশ চতুৰ্থী৷ গণেশ বন্দনাত মুখৰিত হৈ উঠিব দেশ৷ ইতিমধ্যেই বাপ্পাক স্বাগত জনোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ মহাৰাষ্ট্ৰ, গোৱাসহ ভাৰতৰ দক্ষিণৰ ৰাজ্যসমূহত গণেশ পূজা খুবেই জনপ্ৰিয়৷ মহা আড়ম্বৰপূৰ্ণভাৱে পূজা অৰ্চনা কৰা হয় দক্ষিণৰ ৰাজ্যকেইখনত৷ এইবাৰো দক্ষিণ ভাৰতৰ বাংগালুৰুৰ এটা পূজা মণ্ডপে দেশবাসীৰ দৃষ্টি কাঢ়িছে৷ পূজা মণ্ডপটো তৈয়াৰ হৈছে নগদ টকাৰে৷ সমগ্ৰ মণ্ডপটো সজোৱাৰ বাবে বিভিন্ন নোট ব্যৱহাৰ কৰা হৈছে৷

সকলো মিলি সেই টকাৰ পৰিমাণ ৬৫ লাখ৷ বাংগালুৰুৰ জে পি নগৰৰ শ্ৰী সত্য গণপতি মন্দিৰৰ কৰ্তৃপক্ষই এই মন্দিৰটো বিশেষভাৱে সজাই তুলিছে৷ প্ৰতি বছৰে ধুম ধামেৰে এই মন্দিৰত বিনায়কৰ আৰাধনা কৰা হয়৷এই বৰ্ষৰ থিম অন্যান্য বৰ্ষৰ তুলনাত পৃথক৷ মন্দিৰৰ সাজ সজ্জা চাবৰ বাবেই দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল এই মন্দিৰলৈ আহিবলৈ আৰম্ভ কৰিছে৷ মন্দিৰটো সজাওঁতে ১০০তকৈয়ো বেছি ১০, ২০, ৫০, ৫০০ টকীয়া নোট ব্যৱহাৰ হৈছে৷ মালাৰ আকাৰত নোটসমূহ সজোৱা হৈছে৷

সনাতন ধৰ্মত ভগৱান গণেশৰ বিশেষ গুৰুত্ব আছে৷ শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক হিন্দুধৰ্মত সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা বুলি ধৰা হয়৷ সিদ্ধিদাতা গণেশৰ জন্মোৎসৱেই গণেশ চতুৰ্থী নামেৰে পৰিচিত৷ ভাদ, আহিন মাহৰ চতুৰ্থী তিথি শুক্লপক্ষত এই উৎসৱ পালন কৰা হয়৷ এই বছৰ গণেশ চতুৰ্থী পৰিছে ১৯ ছেপ্টেম্বৰ মঙলবাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

May 6, 2026
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
Next Post
৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন