• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

6 days ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

1 hour ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

2 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

3 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

4 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

6 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

7 hours ago
এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

8 hours ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

2 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

  • About
  • Advertise
  • Careers
Sunday, September 24, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

editor by editor
September 18, 2023
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলো বাধা অতিক্ৰমী অক্লান্ত পৰিশ্ৰম কৰিছে ইছৰোৰ দলে৷ বিজ্ঞানীয়ে আশা কৰাতকৈয়ো ভাল ফল দিছে ইছৰোৰ দলে পঠিওৱা চন্দ্ৰযান-৩ ৰ বিক্ৰম আৰু প্ৰজ্ঞানে৷ সকলো কাম সামৰি চন্দ্ৰপৃষ্ঠতেই শুই আছে বিক্ৰম আৰু প্ৰজ্ঞান৷ কিন্তু বিজ্ঞানীয়ে কৈছে বিক্ৰম আৰু প্ৰজ্ঞান জাগি উঠাৰ আশা আছে৷ চন্দ্ৰপৃষ্ঠত এতিয়া যিহেতু ৰাতি হৈ আছে সেই যান দুখন নিষ্ক্ৰিয় হৈ আছে৷ আগন্তুক ৫দিনৰ পাছতেই চন্দ্ৰপৃষ্ঠত সুৰ্যোদয় হ’ব আৰু সুৰ্যোদয়ৰ পাছতেই যানখনক জগাবলৈ চেষ্টা কৰিব বিজ্ঞানীয়ে৷

পুনৰায় জাগি উঠি নতুন ইতিহাস গঢ়িবলৈ সক্ষম হ’বনে প্ৰজ্ঞান আৰু বিক্ৰমে? বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তুলিব পৰা যাব বুলি প্ৰহৰ গণিছে বিজ্ঞানীয়ে৷ দিনটো ২২ ছেপ্টেম্বৰ৷ ১৮ ছেপ্টেম্বৰৰ পৰা হিচাপ কৰিলে মাত্ৰ ৫ দিন বাকী আছে৷ তাৰপাছতেই হয়তো আকৌ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব পাৰে বিশ্ববাসী৷ টোপনিৰ পৰা উঠিয়েই ‘গুডমৰ্ণিঙো’ জনাব পাৰে প্ৰজ্ঞানে৷ যদি এইয়া সম্ভৱ হয় তেন্তে নতুন ইতিহাস ৰচিবলৈ সক্ষম হ’ব ভাৰতে৷ কিন্তু ইছৰোই জনোৱামতে প্ৰত্যাশা ১০০ শতাংশ ৰাখিব নালাগে৷ ২৩ আগষ্টত চন্দ্ৰত অৱতৰণৰ পাছত ২ ছেপ্টেম্বৰলৈ কাম কৰি শুই পৰিছিল ৰোভাৰ প্ৰজ্ঞান৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰোভাৰৰ বেটেৰীৰ এতিয়াও সম্পূৰ্ণ চাৰ্জ আছে৷

২২ ছেপ্টেম্বৰত চন্দ্ৰত সুৰ্যোদয় হ’ব৷ সেই সময়ত যাতে সূৰ্যৰ পোহৰ পায় তেনেকৈ ৰোভাৰ চলাৰৰ পেনেল ছেট কৰি থোৱা আছে৷ ৰিছিভাৰো এক্টিভ হৈ আছে৷ সূৰ্যৰ পোহৰ মুখত পৰিলে জাগি উঠিব পাৰে প্ৰজ্ঞান৷ আৰু যদি সেয়া হৈ নুঠে তেন্তে চিৰকাল চন্দ্ৰৰ মাটিতেই শুই থাকিব প্ৰজ্ঞান৷ চন্দ্ৰৰ দক্ষিণ মেৰুতেই অৱতৰণ কৰি আছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে৷ চন্দ্ৰত যেতিয়া সূৰ্য অস্ত যায় তেতিয়া দক্ষিণ মেৰুত তাপমাত্ৰা অভাৱনীয়ভাৱে কমি যায়৷ সেই কাৰণেই লেণ্ডাৰ আৰু ৰোভাৰক শুৱাই দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?
ভাৰত

September 24, 2023
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?
জীৱনশৈলী

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

September 24, 2023
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ
বিবিধ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

September 24, 2023
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?
ভাৰত

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

September 24, 2023
Next Post
মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

গজলক্ষ্মী ৰাজযোগ, ৩১ ডিচেম্বৰ পৰ্যন্ত টকা হাতলৈ আহিব এই তিনি ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন