• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

3 years ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

45 minutes ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

59 minutes ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

1 hour ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

2 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

13 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

14 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

editor by editor
August 10, 2023
in বিবিধ, স্বাস্থ্য
0
৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ
0
SHARES
753
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চকু ৰঙা পৰি ফুলি উঠিছে, চকু মেলিবলৈকো অসুবিধা পাইছে। চকুত কলা চছমা পিন্ধি বহুতেই এতিয়া ভিৰ কৰিছে ঔষধৰ দোকানত। চকুৰ এই ৰোগবিধৰ নাম কনকাঙ্কটিভাইটিছ। এই ৰোগৰ প্ৰতিকাৰৰ বাবে বহুতেই দোকানৰ পৰা নিজাববীয়াকৈ ক্ৰয় কৰিছে চকুৰ ঔষধ। চিকিৎসকৰ মতে এতিয়া কেৱল ঔষধ দিয়েই এই ৰোগ ভাল হয় যদিও কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি সঁকাহ পাব পাৰি।

এই ৰোগত আক্ৰান্ত হ’লে দ্ৰুতভাৱে ঠিক কৰিবলৈ কি কি পন্থা ল’ব?
১) চকুযুৰি মাজে মাজে পৰিস্কাৰ পানীৰে ধুই থাকিব।
২) ঠাণ্ডা পানীত কপাহ তিঁয়াই চকুযুৰি লাহে লাহে মোহাৰি থাকিব। চকুত হাত লগাওঁতে হাত ভালকৈ ধুই ল’ব।
৩) ঘনাই চকু মোহাৰি নাথাকিব। এই সময়ত চকু মোহাৰিবলৈ তিতা কঁপাহী কাপোৰ নাইবা তিয়াই লোৱা কঁপাহ ব্যৱহাৰ কৰিব।
৪) কটনৰ ৰুমাল হাতত ৰাখক। চকুৰ পৰা ওলোৱা পানী ৰুমালেৰে মোহাৰিব। কিন্তু ৰুমালখন পৰিষ্কাৰ হোৱাটোত নজৰ দিব।
৫) কনজাংকটিভাইটিছ হ’লে সূৰ্যৰ পোহৰৰ পৰা চকুযুৰি আঁতৰাই ৰাখক।বাহিৰলৈ ওলাওতে ক’লা চছমা পৰিধান কৰাটো জৰুৰী।
৬) টিভি, মোবাইল, লেপটপ এই সময়ত ব্যৱহাৰ নকৰিব।
৭) চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো আইড্ৰপ ব্যৱহাৰ নকৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?
খাদ্য

March 28, 2026
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?
জীৱনশৈলী

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

March 28, 2026
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

Next Post
ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন