• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

3 years ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 minute ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

45 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

1 hour ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

2 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

7 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

editor by editor
August 10, 2023
in জীৱনশৈলী, ভাৰত
0
শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰৰ এটা মাহত শিৱক বিশেষভাৱে আৰাধনা কৰা হয়। ২০২৩ চনত ১৯ বছৰ ধৰি বিশেষ যোগ পৰিছে শাওন মাহত। এই বছৰৰ শাওন মাহ মলমাহ পৰিছে। বৈদিক পঞ্জিকা অনুসৰি দুমাহ ধৰি এইবাৰ শাওন মাহ চলিব। আগন্তুক ১৪ আগষ্টত পালন কৰা হ’ব শাওন মাহৰ শিৱৰাত্ৰী। মহাশিৱৰাত্ৰী আৰু শাওন শিৱৰাত্ৰীৰ মাজত বিশেষ পাৰ্থক্য আছে। ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। ইফালে বৈদিক পঞ্জিকা অনুসৰি শাওন মাহ আৰম্ভ হৈছে বিগত ৩ জুলাইৰ পৰা। শাওনৰ বিশেষ শিৱৰাত্ৰীৰ পৰা কেইটামান ৰাশিৰ ভাগ্য উদয় হ’ব।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলৰ বাবে আগন্তুক ১৪ আগষ্টৰ পৰা ভাল দিন আৰম্ভ হ’ব। এই সময়ত মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহিব। বৃষ ৰাশিৰ জাতক ব্যৱসায়ীসকলে এই সময়ত বহু লাভৰ সন্মুখীন হ’ব। আপোনাৰ দাম্পত্য জীৱনতো শিৱ-পাৰ্বতীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এইসময়ত নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ পৰামৰ্শ দিছে জ্যোতিষীয়ে।

কৰ্কট ৰাশি
আৰ্থিক দিশৰ পৰা দেখা গৈছে যে শাওন মাহৰ কৰ্কট ৰাশিৰ ভাগ্য উদয় হ’ব। ধাৰ্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। পেছাগত জীৱনত এই সময়ত মহাদেৱৰ আশীৰ্বাদ লাভৰ ফলত উন্নতি কৰিব। পাবলৈ থকা ধন উভতাই পাব। পৰিয়ালতো এই সময়ত সুখ শান্তিয়ে বিৰাজ কৰি থাকিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকক ভাগ্যৰ বৰপূত্ৰ বুলি কোৱা হয়। এওঁলোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকেই। অবিবাহিতসকলৰ শাওন মাহৰ শিৱৰাত্ৰিত বিবাহৰ যোগ। বিবাহিত ব্যক্তিসকলৰ দাম্পত্য জীৱনত সকলো সমস্যাই দূৰ হ’ব। কাৰ্যালয়ত আপোনাৰ পৰিস্থিতি আৰু ভাল হ’ব।

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকসকলৰো এই সময়ত ভাগ্য উদয় হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰমোছন হ’ব পাৰে। এই সময়ত আৰ্থিক পৰিস্থিত উন্নত হ’ব। ব্যৱসায়ীসকলৰ লাভৰ যোগ। এই সময়ত পৰিয়ালৰ সৈতে খুব আনন্দৰ সময় কটাব কন্যা ৰাশিৰ জাতকসকলে।

মীন ৰাশি
মীন ৰাশিৰ লোকসকল ধাৰ্মিক হোৱাৰ লগতে দয়ালু হয়। শাওন মাহৰ পৰাই এই ৰাশিৰ জাতকে যি কামেই আৰম্ভ নকৰক কিয় সফল হ’ব। স্বয়ং মহাদেৱে এওঁলোকক বিপদৰ পৰা ৰক্ষা কৰিব। এই সময়ত আপুনি জীৱনত প্ৰচুৰ উন্নতি কৰিব। সমাজত জনপ্ৰিয়তা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
Next Post
উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰেমৰ দোকান নহয় লুটপাতৰ দোকান খুলিছে কংগ্ৰেছে, প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিবঃ প্ৰধানমন্ত্ৰী মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.