• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

3 years ago
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

10 hours ago
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

10 hours ago
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

11 hours ago
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

11 hours ago
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

12 hours ago
ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

12 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

12 hours ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

13 hours ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

14 hours ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

14 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

1 day ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

editor by editor
August 10, 2023
in Uncategorized
0
ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
প্রধানমন্ত্ৰীয়ে মোদীয়ে অৱশেষত মুখ খুলিছে। আগতেও অনাস্থা প্ৰস্তাৱ মোৰ বিৰুদ্ধে লৈছে কিন্তু তেওঁলোকৰ নিজৰ সাংসদেই ভোট নিদিলে। মোদীয়ে কয়, ‘জনতাই এওলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। সেয়ে আমাৰ এন ডি এ আকৌ জয়ী হৈছে। বিৰোধীৰ অনাস্থা প্ৰস্তাৱ আমাৰ বাবে শুভ। এনডিএ আৰু বিজেপি ২৪ ৰ নিৰ্বাচনত জনতাৰ আশীৰ্বাদ লৈ আকৌ চৰকাৰ কৰিব। বিৰোধীৰ প্ৰস্তাৱক লৈ ৩ দিন ধৰি বেলেগ বেলেগ কথাৰ আলোচনা হৈছে। বিগত দিনত এই সংসদতেই বহু বিল পাছ হৈছে। বহু মহত্বপূৰ্ণ বিল ইয়াৰ পৰা পাছ হৈছে। দেশত বহু গম্ভীৰ আলোচনাৰ বিষয় আছে। বহু লোকৰ ভৱিষ্যতৰ কল্যাণৰ কথা পাতিবলৈ বিৰোধীৰ ৰুচিয়েই নাই। জনতাই কি কথা পাতিবলৈ পঠিয়াইছিল পাতিছে কি? জনতাৰ আশা তেওঁলোকে ভংগ কৰিছে।

দেশতকৈ দল ডাঙৰ, জনতাতকৈ তেওঁলোকৰ বাবে দল ডাঙৰ। দৰিদ্ৰৰ ভোক আপোনালোকে চিনি নাপাই আপোনালোক শাসনৰ গাদী চিনি পায়। আপোনালোকৰ দেশৰ যুৱকৰ ভৱিষ্যতক লৈ চিন্তা নাই আপোনালোকৰ চিন্তা কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ চিন্তা। আপোনালোকে ভ্ৰষ্টাচাৰী সহযোগীসকলক লগত লৈ এই প্ৰস্তাৱ আনিছে। অধ্যক্ষ মহোদয় মন কৰিব। বিৰোধীয়ে ফিল্ডিং কৰি আছে চক্কা আমি মাৰি আছো। ইফালৰ পৰা চেঞ্চুৰি সিফালৰ পৰা অকল নো বল। আপোনালোক ৰেডী হৈ আহক। এনেকৈ অনুশীলন নকৰাকৈ কেলে আহে। মই ৫ বছৰ সময় দিছো অনুশীলনৰ বাবে তাৰপিছতো জিকিব নোৱাৰে। বিৰোধী সতীৰ্থসকলক কৈছো, দেশেও আপোনালোকক চাই আছে। আপোনালোকৰ এটা এটা শব্দ দেশে শুনি আছে। কিন্তু আপোনালোকে প্ৰত্যেকবাৰ দেশক নিৰাশ কৰিছে।

এই অনাস্থা প্ৰস্তাৱখন বিচিত্ৰ। বিৰোধী দলৰ আটাইতকৈ ডাঙৰ নেতাই প্ৰস্তাৱখন নানিলে। পূৰ্বে যিমানবাৰ অনাস্থা প্ৰস্তাৱ আহিছে প্ৰত্যেকবাৰেই লীডাৰজনে অনাস্থা প্ৰস্তাৱ আনে। তেওঁৰ নিজৰ পাৰ্টীয়ে তেওঁক ক’বলৈ সুযোগ নিদিলে। অমিত ভাইয়েও কৈছে আপোনাৰ উদাৰতাৰ কথা। গুৰক কেনেকৈ গুবৰ কৰে এই কামত আপোনালোক ভাল। আপোনাৰ অসুবিধা ক’ত? কিয় অধীৰ বাবুক আঁতৰাই দিলে? কলকাতাৰ পৰা ফোন আহিল নেকি? কংগ্ৰেছে বাৰে বাৰে তেওঁৰ অপমান কৰে। হাঁহি লওক এই সুযোগতে। ২১ শতিকাৰ এই সময় ভাৰতৰ বাবে ভাল সময়। ১৪০ কোটি জনতাৰ বাবে ভাল সময় আৰম্ভ হৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
Next Post
শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

শাওন মাহ শিৱৰ মাহ! ১৪ আগষ্টৰ পৰা মহাদেৱৰ কৃপাত ভাগ্য উদয় হ’ব এই ৫ ৰাশিৰ

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

উত্তৰ-পূব আমাৰ হৃদপিণ্ডৰ টুকুৰা! মণিপুৰৰ জনতাক কৈছো, সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছেঃ নৰেন্দ্ৰ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.