ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট। নাগালেণ্ডৰ পৰা অসমলৈ অবৈধভাৱে চুপাৰি সৰবৰাহ। নগাঁৱৰ কঠীয়াতলীত ৩ খনকৈ ১৬ চকীয়া ট্ৰাক জব্দ।