• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

4 years ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 minutes ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

24 minutes ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

1 hour ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

2 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

2 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

2 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

3 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

3 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

4 hours ago
সাজঘৰ

সাজঘৰ

5 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

16 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

editor by editor
September 17, 2022
in বিবিধ, ভাৰত
0
বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক আজৱ ঘটনা পোহৰলৈ আহিছে৷ এইবাৰ বাছ ষ্টেণ্ডৰ যাত্ৰীৰ বাবে থকা বেঞ্চত যুৱক-যুৱতীয়ে একেলগে বহাটো সহ্য নহ’ল স্থানীয় কুসংস্কাৰচ্ছন্ন একাংশ লোকৰ৷

ঘটনাটো কেৰালাৰ৷ কেৰালাৰ তিৰুৱন্তপুৰম চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপৱৰ্তী শ্ৰীকাৰ্যমত থকা এটা বাছ ষ্টেণ্ডৰ যাত্ৰীয়ে বহিবলৈ থকা আসনত যুৱক-যুৱতীয়ে একেলগে বহাতো স্থানীয় লোকে আপত্তি কৰে৷ এই আপত্তিৰ পাছতে ষ্টেণ্ডটোত থকা বেঞ্চখন ভাঙি যুৱক আৰু যুৱতীয়ে পৃথকে বহিব পৰাকৈ তিনিখন আসন নিৰ্মাণ কৰা হয়৷

ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ এজনীয়া আসনত ছাত্ৰই কোঁচত ছাত্ৰী বহুৱাই কৰা এই অভিনৱ প্ৰতিবাদৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে মহানগৰখনৰ মেয়ৰ আৰ্য এচ ৰাজেন্দ্ৰনে ষ্টেণ্ডটো পৰিদৰ্শন কৰে৷

লগতে পঢ়ক হঠাতে একাউণ্টত সোমাল ১১ কোটি টকা! তাৰ পিছত কি হ’ল? জানিবলৈ চাওক…

মেয়ৰ ৰাজেন্দ্ৰনে পৰিদৰ্শন কৰাৰ পাছতে ষ্টেণ্ডটো লিংগ বৈষম্যমূলক বুলি অভিহিত কৰি এই ব্যৱস্থাটো উঠাই দি তাত লিংগ নিৰপেক্ষ আসনৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে৷

মেয়ৰগৰাকীয়ে কয় যে বেঞ্চখন ভাঙি এজনীয়া কৰাটো কেৱল অনুপযুক্তই নহয় ই ‘প্ৰগতিশীল সমাজৰো পৰিপন্থী’৷ মেয়ৰগৰাকীয়ে পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে উক্ত তিনিখন আসন ভাঙি পেলোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা
বিনোদন

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
Next Post
বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.