• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

2 minutes ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

17 minutes ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

49 minutes ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

1 hour ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

2 hours ago
সাজঘৰ

সাজঘৰ

3 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

14 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

14 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

15 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

editor by editor
September 19, 2022
in অপৰাধ, বিশ্ব, শিক্ষা
0
চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰাই নহয়, এই ঘটনাত জড়িত থকাৰ অভিযোগত ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী বিশ্ববিদ্যালয়খনৰ ছাত্ৰী আৰু তেওঁৰ ২৩ বছৰীয়া প্ৰেমিকৰ লগতে এগৰাকী ৩১ বছৰীয়া যুৱকো আছে৷

আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰে জড়িত থকা অভিযোগত হোষ্টেলৰ দুগৰাকী ৱাৰ্ডেনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে৷ ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ সকলো হোষ্টেলৰ সকলো ৱাৰ্ডেনকে বদলি আৰু হোষ্টেলৰ সময়সূচীও সলনি কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই৷

লগতে পঢ়ক বিশ্বৰ সৰ্বাধিক বিবাহ কৰা পুৰুষ! ৬৩ বছৰত ৫৩ গৰাকী নাৰীক বিবাহ কৰালে এক পুৰুষে!

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই ব্যৱস্থাসমূহ গ্ৰহণ কৰে৷ ইয়াৰ পাছতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে৷

ইফালে ছাত্ৰী হোষ্টেলৰ এগৰাকী আৱাসীয়ে আৰু বহু ছাত্ৰীৰে গা ধুই থকা আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি বিশ্ববিদ্যালয়খনৰ ছোৱালী হোষ্টেলৰ অতি কমেও ৬০ গৰাকী ছাত্ৰীৰ গাই ধুই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে৷

ইমানেই নহয় তাৰে মাজৰ কিছুমান ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ হোৱাৰ সময়ত ৮ গৰাকীকৈ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। ইমান দিনে এই সমগ্ৰ ঘটনা বিশ্ববিদ্যালয়খনৰ হোষ্টেলৰ বাহিৰলৈ উলাই অহা নাছিল৷

লগতে পঢ়ক বাছ ষ্টেণ্ডৰ বেঞ্চত একেলগে বহে যুৱক-যুৱতীয়ে! স্থানীয় লোকৰ আপত্তি তিনিটা ভাগত বিভক্ত কৰিলে বেঞ্চ!

কিন্তু যোৱা শনিবাৰে নিশা এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বিশ্ববিদ্যালয় চৌহদটো উত্তেজনাময় হৈ পৰিল। বিশ্ববিদ্যালয়খনৰ প্ৰায় এক হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে মাত্ৰ এটা ভিডিঅ’হে ভাইৰেল হোৱা বুলিহে প্ৰকাশ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamChandigarh UniversityChandigarh University Video Viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
বিজ্ঞান

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট
বিশ্ব

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

June 7, 2026
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?
ক্ৰীড়া

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

June 7, 2026
Next Post
মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক...

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.