• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

4 years ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

1 hour ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

2 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

2 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

3 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

4 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

5 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

5 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

6 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

8 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

9 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?

editor by editor
September 19, 2022
in অপৰাধ, চিনেমা, ভাৰত
0
দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণৰ মোহময়ী অভিনেত্ৰী দীপাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ শনিবাৰে নিজ বাসগৃহৰ চিলিং ফেনত ওলমি থকা অৱস্থাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

প’লিন জেচিকা নামেৰেও পৰিচিত দীপাৰ বয়স মাত্ৰ ২৯ বছৰহে হৈছিল৷ আৰক্ষীৰ মতে অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাহে কৰিছে৷ আৰক্ষীৰ মতে চেন্নাইৰ বিৰুগম্বকমস্থিত নিজা বাসভৱনত ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

জানিব পৰা মতে যোৱা কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে অকলশৰে থাকিবলৈ লৈছিল৷ কে’বাদিনো ঘৰৰ লোকে অভিনেত্ৰী দীপাক ফোন যোগে সংযোগ কৰিব নোৱাৰি এগৰাকী বন্ধুক খবৰ ল’বলৈ পঠিওৱাৰ পাছতহে দীপাৰ মৃত্যুৰ ঘটনাটো পোহৰলৈ আহিছে৷ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

ইপিনে আৰক্ষীয়ে দীপাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে সেই স্থানৰ পৰা এখন ছুইচাইড নোটও উদ্ধাৰ কৰিছে৷ অৱশ্যে ছুইচাইড নোটত দীপাই কাৰো উল্লেখ কৰা নাই যদিও তেওঁ প্ৰেমজনিত সমস্যাত ভুগি অহা বুলি ধাৰণা কৰা হৈছে৷

অভিনেত্ৰীগৰাকীৰ বন্ধু-বান্ধৱীয়ে প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে কাৰোবাৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাই পৰিছিল আৰু কোনো দিনে কাৰো আগত দীপাই প্ৰেমিকৰ নাম খোলোচা কৰা নাছিল৷ বন্ধু-বান্ধৱীসকলে প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে কিছুদিনৰ পৰা প্ৰেমজনিত সমস্যাত পৰি মানসিকভাৱে ভাঙিও পৰিছিল৷

দীপা দক্ষিণৰ এগৰাকী উদীয়মান অভিনেত্ৰী আছিল আৰু তেওঁ কে’বাখনো চিনেমাত অভিনয় কৰিছিল। দীপাই অভিনয় কৰা বৈধা নামৰ ছবিখন চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actress Deepaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
Next Post
এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.