• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু

শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু

1 year ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

2 minutes ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

22 minutes ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

55 minutes ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

2 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

3 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

4 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

6 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু

editor by editor
March 17, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শলঠেকত অৰী, মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শনলৈ যোৱাৰ সময়তে গোচৰ ৰুজু

ছচিয়েল মিডিয়াৰ ইনফ্লুয়েনচাৰ তথা বলীউডৰ তাৰকা সকলৰ মাজত জনপ্ৰিয় অৰী ওৰফে অৰহান অৱত্ৰামণিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ জম্মুৰ মাতা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল অৰী।

পাছে সেই ধৰ্মীয় যাত্ৰাৰ সময়তে অৰীৰ বিৰুদ্ধে কাটৰাৰ এটা বেছ কেম্পত সুৰা সেৱনৰ অভিযোগ। অৰীসহ আন ৮জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে এই ঘটনা সন্দৰ্ভত।

সংবাদ সংস্থা এএনআইৰ মতে, ‘জম্মু-কাশ্মীৰ আৰক্ষীৰ মতে, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী অৰীকে ধৰি আঠজন লোকৰ বিৰুদ্ধে কাটৰাৰ এখন হোটেলত মদ্যপান কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে’।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাটৰাৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ বেছ কেম্পত সুৰা সেৱন কৰা অৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অৰীৰ উপৰিও আন ৮ জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত আছে এজন ৰাছিয়াৰ নাগৰিক। আইন অনুসৰি এই তীৰ্থস্থানত সুৰা আৰু নিৰামিষ খাদ্যৰ সেৱন কঠোৰভাৱে নিষিদ্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baishno devi TempleCase FiledjammuMatadi templeOrry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
Next Post
এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকী ছাত্ৰীৰ সৈতে নিকৃষ্ট কাণ্ড কলেজ শিক্ষকৰ, ভিডিঅ’ ভাইৰেল হোৱাত পৰিল ধৰা

এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকী ছাত্ৰীৰ সৈতে নিকৃষ্ট কাণ্ড কলেজ শিক্ষকৰ, ভিডিঅ' ভাইৰেল হোৱাত পৰিল ধৰা

ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৰ ট্ৰেনজিট, ৩ ৰাশিৰ কোলা ভৰি পৰিব সুখেৰে

ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৰ ট্ৰেনজিট, ৩ ৰাশিৰ কোলা ভৰি পৰিব সুখেৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.