• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

9 months ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

6 minutes ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

38 minutes ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

1 hour ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

1 hour ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

2 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

2 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

3 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

4 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

5 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

6 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

6 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

editor by editor
June 11, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব
0
SHARES
692
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

আজি ২০২৫ চনৰ ১১ জুন তাৰিখৰ নিশা অতি বিশেষ। কাৰণ আকাশত দেখিবলৈ পোৱা যাব ৰহস্যময় ‘ষ্ট্ৰবেৰী মুন’। আজিৰ দিনটোত বছৰৰ আটাইতকৈ ৰহস্যময় আৰু সুন্দৰ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা আকাশত দেখা যাব। লগতে আজিৰ চন্দ্ৰ বছৰটোৰ বিতৰত সবাতোকৈ সৰু চন্দ্ৰ হব। কাৰণ ইয়াৰ দূৰত্ব অন্য দিনৰ তুলনাত কিছু অধিক হব।

এইবাৰৰ ষ্ট্ৰবেৰী মুন কেৱল নাম বা ৰঙৰ বাবেই নহয়, ইয়াৰ ‘মাইক্ৰ’ মুন’ আৰু ‘মেজৰ লুনাৰ ষ্টেণ্ডষ্টিল’ৰ বাবেও অতি বিশেষ। যদিও ইয়াৰ ৰং ষ্ট্ৰবেৰীৰ দৰে নহয়, কিন্তু ইয়াৰ নাম আমেৰিকাৰ জনজাতীয় পৰম্পৰাৰ সৈতে জড়িত, য’ত জুন মাহৰ এই পূৰ্ণিমাৰ পিছত ষ্ট্ৰবেৰী চপোৱাৰ কাম আৰম্ভ হৈছিল।

আজিৰ চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত অৱস্থিত হব, যাৰ বাবে ইয়াক সাধাৰণতকৈ সৰু দেখা যাব। এই পৰিস্থিতি ১৮.৬ বছৰৰ মূৰে মূৰে এবাৰ ঘটে আৰু পিছৰবাৰ এনে চন্দ্ৰ দেখা যাব ২০৪৩ চনতহে। যাৰ বাবে আজিৰ এই মহাজাগতিক ঘটনাক এক বিৰল বুলি ধৰা হৈছে।

জুন মাহৰ এই পূৰ্ণিমাও বিশেষ কাৰণ ই মেজৰ লুনাৰ ষ্টেণ্ডষ্টিলৰ অৱস্থাত থাকিব। এই জ্যোতিৰ্বিজ্ঞান পৰিঘটনাৰ সময়ত চন্দ্ৰ নিজৰ কক্ষপথৰ চৰম হেলনীয়া অৱস্থাত থাকে, যাৰ বাবে আকাশত সাধাৰণতকৈ বহু তলত দেখা যায়। বিজ্ঞানীসকলে কয় যে এই পৰিঘটনাৰ বাবে চন্দ্ৰৰ পোহৰত সোণালী, উষ্ণ জিলিকনি দেখা যায়।

ভাৰতত ১১ জুনৰ সন্ধিয়া সূৰ্যাস্তৰ পিছত দক্ষিণ-পূব দিশত এই ষ্ট্ৰবেৰী চন্দ্ৰ দেখা পোৱা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Full MoonStraberry Moon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?
জীৱনশৈলী

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

March 17, 2026
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?
জীৱনশৈলী

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

March 17, 2026
Next Post
আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.