• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

4 months ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

2 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

2 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

4 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

6 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

6 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

7 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

8 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

8 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

9 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

editor by editor
November 21, 2025
in জীৱনশৈলী
0
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
SIP ৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ বাঢ়িছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ এক জনপ্ৰিয় মাধ্যম৷ বহুতেই এতিয়া প্ৰতিমাহে SIPত বিনিয়োগ কৰিছে৷ মিউচুৱেল ফাণ্ডৰ বজাৰৰ সৈতে যুক্ত সেয়ে নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত কেইবাবছৰৰ পৰিসংখ্যৰ পৰা দেখা গৈছে যে এছ আই পিত গড়ে ১২ শতাংশ ৰিটাৰ্ণ পাইছে বিনিয়োগকাৰীয়ে৷
অধিকাংশ ইকুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পাবই বুলি আশা কৰিব নোৱাৰি৷ কিন্তু বিগত কেইবাবছৰত বহু মিউছুৱেল ফাণ্ডত ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিয়া হৈছে৷এছ আই পিৰ মাধ্যমেৰে বজাৰৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰা হয়৷ সেয়ে বজাৰৰ সময় নিৰ্ধাৰণৰ প্ৰয়োজন নহয়৷ সৰ্বোচ্চ সুবিধা পাবলৈ বজাৰৰ পৰিস্থিতি সম্পৰ্কে সচেতন থকা উচিত আৰু সঠিক সময়ত বিনিয়োগ কৰা উচিত৷

ৰিটাৰ্ণৰ দিশৰ পৰা কোনটো ভাল?

মাহিলী কিস্তি হওক বা এককালীন এই দুই বিনিয়োগ কৌশলৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে৷ কোনটো উপযুক্ত সেয়া নিৰ্ভৰ কৰে বিনিয়োগকাৰীসকলৰ ওপৰত৷ এছ আই পি এজন দৰমহাভোগী ব্যক্তিৰ বাবে নিয়মিত বিৰতিত বিনিয়োগ কৰাৰ এক উল্লেখনীয় বিকল্প৷ য’ত , Lump Sum অৰ্থাৎ এককালীন বিনিয়োগকাৰীসকলে মুঠ অংকৰ ওপৰত দীৰ্ঘ সময় ধৰি চক্ৰবৃদ্ধি সুদ অৰ্জন কৰে৷
উদাহৰণঃ
১৫ বছৰ ধৰি মাহিলী ১০,০০০ টকাকৈ SIP আৰু ৩লাখ টকাৰ এককালীন বিনিয়োগৰ হিচাপ ধৰা হ’ল বাৰ্ষিক ১২শতাংশ ৰিটাৰ্ণত
মাহিলী SIP- ১০,০০০ টকা
ম্যাদঃ ১৫ বছৰ অৰ্থাৎ ১৮০ মাহ
প্ৰত্যাশিত ৰিটাৰ্ণঃ  ১২ শতাংশ বাৰ্ষিক প্ৰতিমাহে ১শতাংশ
মুঠ বিনিয়োগঃ ১০,০০০ টকা × ১৮০= ১৮,০০,০০০ টকা
SIP ৰ ভৱিষ্যৎ মূল্যঃ ৫০,৪৫,৭৬০ টকা
মুঠ আৰ্জিত ৰিটাৰ্ণঃ ৫০,৪৫,৭৬০ – ১৮,০০,০০০ = ৩২,৪৫,৭৬০ টকা
এককালীন বিনিয়োগঃ ৩,০০,০০০ টকা
প্ৰত্যাশিত ৰিটাৰ্ণঃ বাৰ্ষিক ১২%
ম্যাদঃ ১৫ বছৰ
এককালীন ভৱিষ্যৎ মূল্যঃ ১৬,৪২,০৭০টকা
মুঠ আৰ্জিত ৰিটাৰ্ণঃ ১৬,৪২,০৭০ – ৩,০০,০০০ = ১৩,৪২,০৭০টকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!
জীৱনশৈলী

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
Next Post
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.