• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

2 years ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

15 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

56 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

editor by editor
July 14, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান
0
SHARES
50.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাসৰ পাতত খোদিত হ’ব নাম, বিশ্বৰ একমাত্ৰ খেলুৱৈ- ১ টা বলত ১৩ ৰান

আজি ১৪ জুলাই তাৰিখে শেষৰখন অৰ্থাৎ ভাৰত আৰু জিম্বাবুৱেৰ মাজত পঞ্চমখন টি-২০ খেল হাৰাৰেত অনুষ্ঠিত হৈছিল। এই মেচখনত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে। জিম্বাবুৱেৰ দলৰ অধিনায়ক ছিকন্দাৰ ৰাজাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১৬৭ ৰান সংগ্ৰহ কৰে। জিম্বাবুৱেৰ জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৬৮ ৰানৰ। কিন্তু মাত্ৰ ১২৫ ৰানহে কৰিব পাৰে জিম্বাবুৱে দলে। যাৰ ফলত এই শৃংখলাত ভাৰতে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে।

পাচে আজিৰ এই মেচত এগৰাকী ভাৰতীয় খেলুৱৈয়ে ইতিহাস ৰচনা কৰে। বিশ্বৰ একমাত্ৰ খেলুৱৈ হিচাপে মাত্ৰ ১ টা বলতে লাভ কৰে ১৩ ৰান। হয়, বিশ্বাস কৰিবলৈ টান হ’লেও এয়া সত্য।

আজিৰ খেলৰ আৰম্ভণিতে টিম ইণ্ডিয়াৰ অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে গঢ়ে এই অভিলেখ। মেচখনৰ প্ৰথমটো বলত তেওঁ ১৩ ৰান সংগ্ৰহ কৰে। যাৰ ফলত বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী।

টিম ইণ্ডিয়াৰ যুৱ খেলুৱৈ যশস্বী জয়ছৱালে নিজৰ নামত এই ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। টি-২০ত তেনে কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী।

টছত জয়লাভ কৰাৰ পাছত জিম্বাবুৱেৰ অধিনায়ক ছিকন্দাৰ ৰাজাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰত তেওঁ বল কৰিবলৈ আহিছিল। ৰাজাই প্ৰথম বলটোতে ন’ বল কৰিছিল পাছে যশস্বীয়ে ছয় কোবাইছিল।

ন’ বলৰ ফলত উপৰঞ্চি ১ ৰান লাভ কৰে। পাছত যেতিয়া পুনৰ সেই বল দিয়ে, সেইবাৰো যশস্বীয়ে ৬ কোবাই। যাৰ বাবেই ক্ৰিকেটৰ নিয়ম অনুসৰি এটা বলতে ১৩ ৰান সংগ্ৰহ হয় আৰু অভিলেখ হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs zimbabweIndian CricketIndian Cricket Teamworld recordyashasvi jaiswalZimbabwe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!
জীৱনশৈলী

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ
বাণিজ্য

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

April 7, 2026
Next Post
ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

ট্ৰাম্পৰ ঘটনাৰ পাছতে পুনৰ অঘটন আমেৰিকাত, ৪ লোকে হেৰুৱালে প্ৰাণ, বহুতো আহত

কেনে যাব আজি ১৫ জুলাই দিনটো,  বিশেষ সংবাদ আহিব এইকেইটা ৰাশিৰ লোকৰ বাবে, জয়জয় ময়ময় হৈ পৰিব দিনটো

কেনে যাব আজি ১৫ জুলাই দিনটো,  বিশেষ সংবাদ আহিব এইকেইটা ৰাশিৰ লোকৰ বাবে, জয়জয় ময়ময় হৈ পৰিব দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.