• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

6 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা

editor by editor
September 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মঙলৰ গোচৰত ৫ ৰাশিৰ ৰাজযোগ, শনিবাৰৰ পৰাই ঘূৰিব ভাগ্যৰ চকা
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ ছেপ্টেম্বৰ তুলা ৰাশিত মঙলে গোচৰ কৰিছে৷ মঙল গ্ৰহৰ শুক্ৰৰ তুলা ৰাশিত প্ৰৱেশ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে৷ প্ৰকৃততে মঙল আৰু শুক্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷ এই পৰিস্থিতিত মঙল গ্ৰহই শুক্ৰৰ ৰাশিত প্ৰৱেশ কৰাই বহু ৰাশিৰ বাবে শুভ প্ৰমাণিত হব৷ কাৰণ এই সময়ত সূৰ্য আৰু মঙলৰ পৰা দ্বাদশ ঘৰত থাকিব আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টি মঙলত থাকিব৷ এই পৰিস্থিতিত মঙলৰ এই গোচৰ বহু ৰাশিৰ বাবেই উপকাৰী প্ৰমাণিত হব৷ উল্লেখ্য যে ১৩ ছেপ্টেম্বৰ শনিবাৰে নিশা ৯.১২ মিনিটত মঙল গ্ৰহই তুলা ৰাশিত প্ৰৱেশ কৰিব৷ মঙলৰ গোচৰত ৫ ৰাশিৰ জাতক উপকৃত হব৷

মঙলৰ গোচৰত লাভৱান হ’ব কোন কোন ৰাশি?

মেষ ৰাশি

মঙলৰ গোচৰ আপোনাৰ ৰাশিৰ সপ্তম ঘৰত ঘটিব৷ মঙলৰ সপ্তম দৃষ্টি মেষ ৰাশিত থকাৰ কাৰণে আপুনি লাভৱান হব৷ মঙ্গলৰ এই গোচৰে আপোনাৰ ব্যক্তিগত জীৱনলৈ সুখ আনিব৷ আপুনি আৰ্থিক ক্ষেত্ৰতো লাভৱান হব৷ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কৰ যি দূৰত্ব আছিল সেয়া ধীৰে ধীৰে দূৰ হব৷ ইয়াৰোপৰি এই সময়কালত আপুনি কোনো শুভ কামত অৰ্থ ব্যয় কৰিব৷ যাৰ কাৰণে আপুনি সামাজিক স্তৰত প্ৰচুৰ সন্মান আৰু প্ৰতিপত্তি পাব৷

মিথুন ৰাশি

মঙ্গলৰ গোচৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম ঘৰত ঘটিব৷ এই পৰিস্থিতিত মঙ্গলে মিথুন ৰাশিৰ জাতকক নতুনকৈ পৰিচয় গঢ়াত সহায় কৰিব লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব৷ আপুনি সামাজিক যোগাযোগ আৰু নতুন যোগাযোগ বঢ়োৱাৰ সুযোগ পাব৷ ইয়াৰোপৰি আপোনাৰ প্ৰতিযোগীসকলৰ কাৰণে আপুনি বহু চেলেঞ্জৰ মুখামুখি হব৷ আপুনি সাহসৰ সৈতে সেইসমূহত মোকাবিলা কৰিব৷ বিনিয়োগৰ বাবে এই সময় উপকাৰী প্ৰমাণিত হব৷ এই সময় আপোনাৰ পেছাগত জীৱনৰ বাবে অগ্ৰগতিশীল হব৷

তুলা ৰাশি

মঙলৰ গোচৰ আপোনাৰ ৰাশিত ঘটিব৷ এই সময়ত মঙল আপোনাৰ লগ্ন ঘৰত থাকিব৷ এই সময়ত আপুনি দৃঢ়ভাৱে সমস্ত সিদ্ধান্ত লবলৈ সক্ষম হব৷ ব্যৱসায়ী শ্ৰেণীৰ বাবে দিনটো খুবেই শুভ প্ৰমাণিত হব৷ অংশীদাৰিত্বৰ কাম কৰা লোকে কিছু দুৰ্দান্ত খবৰ পাব পাৰে৷ মঙলে আপোনাক খুবেই উদ্যমী কৰি তুলিব, এই সময়ত সৰু সৰু বিষয়তেই মন বেয়া লাগিব পাৰে৷ মঙলৰ কাৰণে প্ৰাপ্ত শক্তিৰ সহায়ত আপুনি অৰ্থ সম্পৰ্কিত বিষয়ত অগ্ৰগতি কৰিব৷ ইয়াৰোপৰি মঙ্গলৰ প্ৰভাৱৰ কাৰণে আপোনাৰ ইতিবাচক চিন্তাভাৱনা আহিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে মঙলৰ গোচৰ খুবেই উপকাৰী প্ৰমাণিত হব৷ এই সময়ত সামাজিক মৰ্যাদা বৃদ্ধিৰ সম্ভাৱনা আছে৷ এই পৰিস্থিতিত মঙলৰ গোচৰ আপোনাৰ একাদশ ঘৰত ঘটিব৷ এই পৰিস্থিতিত আপুনি বিদেশী যোগাযোগৰ পৰা সুবিধা পাব৷ আপোনাৰ পাৰিবাৰিক আৰু ব্যৱসায়িক সম্পৰ্ক পূৰ্বতকৈ আৰু শক্তিশালী হব৷ যদি কোনো আইনী বিষয় চলি আছে তেন্তে আপুনি সফল হব৷ আপোনাৰ সামাজিক মৰ্যাদাও বৃদ্ধি পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে মঙ্গলৰ গোচৰ আপোনাৰ চতুৰ্থ ঘৰত ঘটিব৷ এই পৰিস্থিতিত আপোনাৰ ইচ্ছা পূৰণ হব৷ ব্যক্তিগত সম্পৰ্কৰ মাজত মধুৰতা বাঢ়িব৷ সাফল্যৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰমে আপোনাৰ কৰ্মত অগ্ৰগতি আনিব৷ ইয়াৰোপৰি আপুনি পৰিয়ালৰ সকলো সদস্যৰ পূৰ্ণ সমৰ্থন পাব৷ যাৰ কাৰণে আপুনি সহজেই আপোনাৰ কামসমূহ সম্পন্ন কৰিব পাৰিব৷ এই সময়ত মঙ্গলে আপোনাক সাহসী আৰু আত্মবিশ্বাসী কৰি তুলিব৷ আপুনি ভাগ্যৰ সমৰ্থন পাব, যাৰ কারণে আপুনি কিছু বৃহৎ সাফল্য অৰ্জন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

মা দুৰ্গাৰ খুবেই প্ৰিয় এই ৫ ৰাশি, দেৱীৰ কৃপাত এওঁলোকে জীৱনত কাহানিও পৰাস্ত নহয়

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.