• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

4 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

2 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

3 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

3 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

4 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

5 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

5 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

6 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

7 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

8 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

8 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

editor by editor
July 14, 2022
in বিবিধ, বিশ্ব
0
পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত এগৰাকী ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণৰ পিছত মুছলমানলৈ ধৰ্মান্তৰিত কৰি এজন মুছলমান যুৱকে বলপূৰ্বক বিবাহ কৰোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তানৰ সিন্ধু প্ৰদেশত এই ঘটনাটো সংঘটিত হৈছে৷ পাক সংবাদ পত্ৰ ড’নৰ প্ৰতিবেদনৰ মতে কৰীণা নামৰ হিন্দু কিশোৰীগৰাকীক এসপ্তাহ পূৰ্বে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ দাদু কাজী আহমেদ চহৰৰ উন্নাৰৰ পৰা অপহৰণ কৰা হৈছিল। তেতিয়াৰে পৰা পৰিয়ালে কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই৷

স্থানীয় হিন্দুলোকসকলে এই ঘটনাটোক কেৱল অপহৰণ কাণ্ড নহয়, অপহৰণৰ পিছতে কিশোৰীগৰাকীক মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত কৰি মুছলমান যুৱকে বলপূৰ্বকভাৱে বিবাহ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে এনেধৰণৰ ঘটনা পাকিস্তানত তেনেই সুলভ৷

লগতে পঢ়ক হাই মানৱতা! ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ, শিশুটিৰ অৱস্থা সংকটজনক

কিশোৰীগৰাকীৰ সন্ধান লাভ নকৰাৰ পিছতে স্থানীয় হিন্দু লোকসকল ক্ষোভত ফাটি পৰে আৰু অতি শীঘ্ৰেই হিন্দু কিশোৰীগৰাকীৰ সন্ধান উলিওৱাৰ দাবীৰে প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছে৷

ইফালে পাকিস্তানত প্ৰায়ে ঘটনা সংঘটিত হৈ থাকিলেও আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পাক সংবাদ পত্ৰ ড’নৰ মতে পাকিস্তানত এনে বহু ঘটনা সংঘটিত হৈছে, য’ত হিন্দু ছোৱালীক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰি মুছলমান যুৱকে বিয়া কৰাইছে। ড’নৰ মতে, এনে গোচৰসমূহত পাকিস্তানৰ আৰক্ষীয়ে স্থানীয় মৌলবীৰ হেঁচাত কাম কৰাৰ বাবে ভুক্তভোগীসকলে ন্যায়ৰ পৰা বঞ্চিত হৈ আহিছে।

মৌলবীৰ হেঁচাত পাক আৰক্ষীয়ে এনেধৰণৰ ঘটনাক প্ৰেমৰ সৈতে সংযোগ কৰি অৱহেলা কৰি আহিছে৷ সংশ্লিষ্ট কিশোৰীগৰাকীৰ ক্ষেত্ৰতো আৰক্ষীয়ে তদ্ৰূপ ভূমিকাই গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷

16-year-old Hindu girl Kareena abducted, converted to Islam and married to the Muslim man. Hindu community stage protest in front of Zardari house in Nawabshah, seeking help of former president to recover the girl. #EndForcedConversions pic.twitter.com/Pu55Ejqa9V

— Naila Inayat (@nailainayat) July 13, 2022

লগতে পঢ়ক ৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

পাকিস্তানৰ সিন্ধু প্ৰদেশৰ আৰক্ষীয়ে এই ঘটনাক প্ৰেমৰ সম্পৰ্কৰ সৈতে সংযোগ কৰি কয় যে হিন্দু কিশোৰীগৰাকীৰ খালীল ৰহমান জোনো নামৰ এজন মুছলমান যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু যুৱকজনৰ সৈতে পলায়ন কৰিছিল।

ইফালে আৰক্ষীয়ে দুয়োৰে কৰাচী আদালতত বিবাহ সম্পন্ন হৈছে বুলি দাবী কৰিলেও কিশোৰীগৰাকী ক’ত আছে সেই সন্দৰ্ভত পৰিয়ালৰ লোকক সম্ভেদ দিয়াত ব্যৰ্থ হৈছে।

প্ৰকাশিত বাতৰিৰ মতে প্ৰতিবাদকাৰী ৰাইজক শান্ত কৰিবলৈ আৰক্ষীয়ে যুৱকজনৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, স্থানীয় হিন্দু লোকে প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰাতো বিচাৰিছে যাতে তেওঁলোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamForce ConversionHindu GirlPakistan news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
Next Post
আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.