• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

4 years ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

28 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

2 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

3 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

6 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

editor by editor
July 14, 2022
in উত্তৰ-পূব, ভাৰত
0
‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?
0
SHARES
962
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাগালেণ্ডৰ এজন মন্ত্ৰী তেওঁৰ স্বভাৱজাত কথনশৈলী, হাস্যৰসৰ বাবে ছ’চিয়েল মিডিয়াৰ লগতে দেশৰ সংবাদ মাধ্যমতো চৰ্চাৰ বিষয় হৈয়েই পৰিছে। প্ৰথমে তেওঁ সৰু চকুৰ বিষয়ে মন্তব্য প্ৰকাশ কৰা এটা ভিডিঅ’ৰ বাবে ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁ ইটোৰ পিছত সিটো আমোদজনক মন্তব্যৰ বাবে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ পোষ্টত দেখা গৈছে তেওঁ নাগালেণ্ডৰ সংস্কৃতিৰ বিষয়ে কোৱাৰ লগতে ১৯৯৯ চনত প্ৰথম দিল্লী ভ্ৰমণৰ কথাও স্মৰণ কৰি কেতবোৰ আমোদজনক আৰু মূলসুঁতি মানুহৰ ভুল ধাৰণাক স্বভাৱজাত শৈলীৰে ক্ষুৰধাৰ সমালোচনা কৰিছে।

নাগালেণ্ডৰ এই মন্ত্ৰীজনৰ নাম হৈছে টেমজেন ইমনা আলাং। টেমজেন বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিও। টুইটাৰত প্ৰকাশ কৰা তেওঁৰ এটা ভিডিঅ’ত তেওঁ দিল্লী ষ্টেচনৰ এটা উপাখ্যান বৰ্ণনা কৰিছে।

লগতে পঢ়ক ৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

তেওঁ কয় যে ১৯৯৯ চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে দিল্লীলৈ আহি পুৰণি দিল্লী ৰে’লৱে ষ্টেচনত অৱতৰণ কৰিছিলো, তেতিয়া তাত মানুহৰ সংখ্যা দেখি থতমত খাইছিলো। এই সংখ্যা আছিল নাগালেণ্ডৰ সমগ্ৰ জনসংখ্যাতকৈ অধিক। মই থতমত খাই বিশ্বাস কৰিব পৰা নাছিলো।

তেওঁ আৰু কয় যে সাংস্কৃতিকভাৱে চহকী নাগালেণ্ডক লৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণৰ বহু ভুল ধাৰণা আছে। নাগালেণ্ড ক’ত আছে বেছিভাগ মানুহেই নাজানিছিল। তেওঁলোকে মোক সুধিছিল নাগালেণ্ডলৈ যাবলৈ ভিছা লাগে নেকি? নাগালেণ্ডৰ মানুহে মানুহ খায় বুলি এটা উৰাবাতৰিও তেওঁলোকে শুনিছিল। আৰু মোক দেখি তেওঁলোকৰ সন্দেহ আৰু গাঢ় হৈ পৰিছিল৷ দেখাত বেলেগ, খোৱা-বোৱাত বেলেগ আৰু বিচাৰধাৰাও বেলেগ৷ এইদৰেই আমি ৫০ৰ পৰা ৬০ বছৰ পাৰ কৰি আহিলো৷

1999 की और एक बातें… pic.twitter.com/BZnk4lF3uZ

— Temjen Imna Along (@AlongImna) July 13, 2022

লগতে পঢ়ক অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

টেমজেন ইমনা আলাঙে নিজৰ ধেমেলীয়া কথনশৈলীয়ে মানুহক এইবাৰেই স্তম্ভিত কৰি তুলা নাই, ইয়াৰ পূৰ্বে তেওঁ জনসংখ্যা বৃদ্ধিৰ সন্দৰ্ভত এক অতি অনন্য সমাধান দাঙি ধৰিছিল।

তেওঁ লিখিছিল যে জনসংখ্যা বৃদ্ধিৰ বিষয়সমূহৰ বিষয়ে বুদ্ধিমান হওক আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰ পৰিচয় দিয়ক বা মোৰ দৰে অবিবাহিত হৈ থাকক আৰু আমি একেলগে যাতে বহনক্ষম ভৱিষ্যতৰ দিশত অৰিহণা যোগাব পাৰো। ‘একক আন্দোলন’ত যোগদান কৰো আহক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamnagalandNagaland MinisterTemjen Imna Along
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
Next Post
পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.