• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

4 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

8 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

8 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

9 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

9 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

10 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

11 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

11 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

11 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

12 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

14 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

14 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

editor by editor
July 14, 2022
in খাদ্য, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি ফ্ৰীজত থোৱা মাংস অথবা মাছ খাই নেকি? যদি খাই তেনে আপুনি অলপ সতৰ্ক হওক৷ এই ক্ষেত্ৰত সতৰ্ক নহ’লে ই আপোনাৰ স্বাস্থ্যৰ কাৰণে ই ক্ষতিকাৰক হৈ উঠিব পাৰে৷

এক অধ্যয়নত প্ৰকাশ পাইছে যে ফ্ৰীজত থোৱা মাছ-মাংসত বহুদিনলৈ কোভিড ভাইৰাছ অৰ্থাৎ SARS-CoV-2 জীয়াই থাকে৷ অধ্যয়নটোৰ মতে ফ্ৰীজিং মাংস আৰু মাছত ৩০ দিন পৰ্যন্ত এই ভাইৰাছ জীৱিত অৱস্থাত থাকিব পাৰে৷

শেহতীয়াকৈ এপ্লাইড এণ্ড এনভাইৰনমেণ্টেল মাইক্ৰ’বায়’লজি নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ প্ৰতিবেদনত কোৱা হৈছে যে কুকুৰা, গৰু মাংস, গাহৰিৰ মাংস আৰু সামুদ্ৰিক মাছ আদি ফ্ৰীজত ৰাখিলে তাত ৩০ দিন পৰ্যন্ত SARS-CoV-2এ জীয়াই থাকে৷

লগতে পঢ়ক পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

অধ্যয়নটোত SARS-CoV-2 দৰেই স্পাইক থকা চেৰ’গেট ভাইৰাছ ব্যৱহাৰ কৰা হৈছিল আৰু সেই অধ্যয়নত এই ফলাফল লাভ কৰা বুলি কোৱা হৈছে। গৱেষকসকলে মাংস আৰু মাছসমূহ ফ্ৰীজত ৪ ডিগ্ৰী চেলছিয়াছ আৰু মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছ দুয়োটাতে সংৰক্ষণ কৰি পৰীক্ষা কৰিছিল।

আমেৰিকাৰ কেম্পবেল বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা এমিলি এছ বেইলীয়ে অধ্যয়নটোৰ অধ্যয়নটোৰ সম্পৰ্কে কয় যে, “যদিও আপুনি হয়তো ৩০ দিনলৈকে মাংস ফ্ৰীজত নাৰাখে, কিন্তু  ফ্ৰীজটো আপুনি দীৰ্ঘদিন ব্যৱহাৰ কৰি থাকিব।”

বেইলীয়ে এক বিবৃতিত কয়, “আমি আনকি দেখিলোঁ যে সেই দীৰ্ঘ সময়ৰ বাবে (ফ্ৰীজত থোৱাৰ পিছত) ভাইৰাছবোৰ বৃদ্ধি হ’ব পাৰে।”

লগতে পঢ়ক ‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

ইফালে গৱেষকসকললে প্ৰকাশ কৰিছে যে দক্ষিণ-পূব এছিয়াত Covid-19ৰ প্ৰাদুৰ্ভাৱ ঘটি থকা বুলি জানিব পাৰি এই অধ্যয়ন কৰিছিল। বেইলীয়ে লগতে কয় যে এতিয়াও কোভিড১৯ৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলসমূহৰ ফ্ৰীজিং মাংস বা মাছেও ভাইৰাছ SARS-CoV-2ৰ বাহক হৈ উঠিব পাৰে অথবা বাহক হৈ থাকিবও পাৰে৷

‘‘আমাৰ লক্ষ্য আছিল এই পৰিৱেশত একেধৰণৰ ভাইৰাছ জীয়াই থাকিব পাৰে নে নাই সেই বিষয়ে অনুসন্ধান কৰা।’’ বেইলীয়ে লগতে অধ্যয়নটোৰ উদ্দেশ্য সম্পৰ্কে এইদৰে কয়৷

বেইলীয়ে আৰু কয় যে এই গৱেষণাটো গুৰুত্বপূৰ্ণ কাৰণ SARS-CoV-2-এ আন্ত্ৰিক অংশৰ ভিতৰত, লগতে শ্বাস-প্ৰশ্বাসত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

লগতে পঢ়ক হাই মানৱতা! ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ, শিশুটিৰ অৱস্থা সংকটজনক

এই অধ্যয়নত গৱেষকসকলে লিপিড আৱৰণ থকা এটা আৰএনএ ভাইৰাছ, আৰু চেৰ’গেট হিচাপে দুটা পশু ক’ৰোনা ভাইৰাছ, মাউৰিন হেপাটাইটিছ ভাইৰাছ, সংক্ৰামক গেষ্ট্ৰ’এণ্টেৰাইটিছ ভাইৰাছ ব্যৱহাৰ কৰিছিল।

তিনিওটা ভাইৰাছ পূৰ্বে SARS-CoV-2ৰ প্ৰতিনিধি হিচাপে ব্যৱহাৰ কৰা হৈছিল, সাধাৰণতে জমা হোৱা উষ্ণতাতকৈ শীতলীকৰণত ইহঁতৰ সংখ্যা অধিক হ্ৰাস পোৱা দেখা যায়। অৱশ্যে ব্যৱহৃত খাদ্য সামগ্ৰী অনুসৰি সংখ্যা হ্ৰাসৰ ক্ষেত্ৰতো ভিন্নতা আছিল।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcovid 19SARS-CoV-2
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.