• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

4 years ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

22 minutes ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

53 minutes ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

1 hour ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

2 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

4 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

4 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

5 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

6 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

7 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

editor by editor
July 14, 2022
in অসম, ৰাজনীতি
0
কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
0
SHARES
30.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাৰাগাৰত বন্দী হৈ থকা যোৰহাটৰ দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই  সন্দৰ্ভত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সামাজিক মাধ্যমত বৰ্ষাশ্ৰীৰ মুক্তি দাবীত ব্যাপক প্ৰচাৰ চলাৰ পিছতে বিষয়টোৱে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰে৷

ইয়াৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত অতি তৰল মন্তব্য প্ৰকাশ কৰি  সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হয়৷ আনকি অন্য এগৰাকী শীৰ্ষ আৰক্ষী জিপি সিঙেও টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ বাধ্য হয়৷ তেওঁ টুইট কৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া কৰি জুবিন গাৰ্গৰ প্ৰসংগ আনি অসম আৰক্ষীয়ে খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰাৰ স্থিতি লোৱাৰো অভিযোগ কৰে৷

ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কবিতা লিখাৰ বাবে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷

লগতে পঢ়ক আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

‘‘যুৱতীগৰাকীক কবিতা লিখাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। গ্ৰেপ্তাৰ নকৰিলে আলফালৈ গুচি গ’লহেঁতেন। একাংশই জানি–বুজিও কথাটোত ৰহস্য সানি আছে। আজি ৰাতিপুৱাও মই জে’ললৈ মানুহ পঠিয়াইছো তাইৰ লগত কথা পাতিবলৈ।’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সুৰতে এইদৰে কয়৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে এবাৰ দেউতাক–মাক আৰু ছোৱালীজনীয়ে যদি দায়িত্ব লয় যে আমি আলফাত নাযাওঁ, তেতিয়া মুক্তি হ’ব। কিন্তু আলফাত গ’লে আকৌ মানৱ বোমা হৈ আহি আমাকে মাৰিব। গতিকে আমি জনাৰ পিছত ছোৱালীজনীক আলফাত কেনেকৈ যাব দিম। তাই ধৰক আলফাত গ’ল, আকৌ আলফাই AK-47 দি পঠিয়াই দিব, তেতিয়া কি হ’ব? নিজৰ ছোৱালী তাইকতো বচাব লাগিব।

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, কবিতা লিখা কথাটো বেলেগ, কবিতা আপুনি–ময়ো লিখি আছো। কিন্তু কবিতা লিখাৰ লগতে আৰু এটা কথা জড়িত হৈ আছে যে তাই আলফাতো যাব খোজো বুলি কৈছে। তাই নিজেই লিখি গৈছে যে ৰাষ্ট্ৰদ্ৰোহ মই বাৰে বাৰে কৰিম। কোনোবাই যদি কয় যে মই ৰাষ্ট্ৰদ্ৰোহ বাৰে বাৰে কৰিম, তেতিয়া গ্ৰেপ্তাৰ নকৰিলে দেশত আইন–কানুন কি থাকিব? কবিতাৰ পাকচক্ৰত পৰি মানুহৰ নিৰাপত্তাৰ লগত খেলিব নোৱাৰে। যেতিয়া ছোৱালীজনীৰ লগত কথা পতা হৈছে, তাই কৈছে মই আলফাত যাম।

লগতে পঢ়ক পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

ইপিনে কাৰাৰুদ্ধ ছাত্ৰীগৰাকীক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰাই দিয়া হ’ব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যোৱাকালি তাই কৈছে যে মই নতুনকৈ চিন্তা কৰিছো, মই পৰীক্ষাতো দিব খোজো, দিব দিব লাগে। ঠিক আছে পৰীক্ষা দিয়ক। কিন্তু আলফাত নাযাওঁ বুলি নোকোৱালৈকে ছোৱালীজনীক যদি এৰি দিওঁ, কাইলৈ যদি সেই ছোৱালীজনীয়ে গণেশগুৰিত বোমা ফুটাই দিয়ে তেতিয়া কি হ’ব? পৰীক্ষা দিয়ক, চাকৰিৰ ইণ্টাৰভিউ দিয়ক, ভাল ৰাষ্টাত আহক, সেইটো আমি বিচাৰো।

আফলা(স্বা)লৈ যুৱক-যুৱতীৰ সোঁত বৈ থকাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে আৰু কয় আলফাত যোৱাৰ পিছত ৪২জন ল’ৰা–ছোৱালী মৰি গৈছে কেম্পত, কিবা কাৰণত তায়ো যদি মৰি যায়, তাইক যদি কোনোবাই মাৰি পেলাই, বোলে মই মৃত্যুদণ্ড দিলো, পৰহি যদি পেপাৰত আহি যায় নিউজ যে অমুকক আমি মৃত্যুদণ্ড দিলো, তেতিয়া কি হ’ব? ছোৱালীজনীৰ কথা চিন্তা কৰক। কাউন্সেলিং বিভিন্ন পৰ্যায়ত চলি আছে। যোৱাকালিও ছোৱালীজনীৰ লগত আমাৰ মানুহে কথা পাতিছে, যোগাযোগ চলি আছে। কিন্তু কবিতা লিখাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBarshashree Buraguhainbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
Next Post
উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.