• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

4 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

3 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

4 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

5 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

6 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

6 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

7 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

8 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

9 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

10 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

editor by editor
July 14, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?
0
SHARES
31.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশখনৰ মাতৃসকলে নিজ নিজ কন্যাৰ বাবে গৰ্ভ নিৰোধক টবলেট ক্ৰয় কৰাৰ ধুম উঠিছে৷ গৰ্ভ নিৰোধক টেবলেটৰ চাহিদা হঠাতে চাৰি গুণলৈ বৃদ্ধি পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰত৷

কিয় হঠাতে দেশখনত হঠাতে গৰ্ভ নিৰোধক বড়িৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে? স্মৰ্তব্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰত গৰ্ভপাত অবৈধ ঘোষণা কৰিছিল৷ এই ঘোষণাৰ লগে লগে দেশখনৰ মহিলাসকল জাঙুৰ খাই উঠি এই ৰায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল৷ কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ তুমুল বিৰোধিতাৰ পিছতো উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ বাহাল ৰাখিছে৷

ইয়াৰ পিছতে আমেৰিকাত হঠাতে গৰ্ভ নিৰোধক বড়িৰ চাহিদা কেবাগুণো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

লগতে পঢ়ক কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

উল্লেখ্য যে গৰ্ভপাত নিষিদ্ধ কৰাৰ পিছতে দেশখনৰ যুৱতীসকলে এতিয়াৰে পৰা গৰ্ভপাত সলনি গৰ্ভনিৰোধক ঔষধ সেৱন কৰিবলৈ ধৰিছে৷ এই ক্ষেত্ৰত যুৱতীসকলক মাতৃসকলেও সহযোগ কৰিছে৷ মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনৰ মতে দেশখনত গৰ্ভনিৰোধক ঔষধৰ চাহিদা ৪ গুণলৈ বৃদ্ধি পাইছে৷

প্ৰকাশিত খবৰ মতে যুৱতীসকলৰ মাতৃসকলে ক্লিনিক তথা ঔষধ দোকানবোৰত গৰ্ভনিৰোধক ঔষধ বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে৷ প্ৰতিবেদনৰ মতে একাংশ মহিলাই গৰ্ভনিৰোধক ঔষধ ষ্টক কৰিবলৈও ধৰিছে৷ ক্লিনিকবোৰত গৰ্ভনিৰোধক ঔষধ ক্ৰয় কৰিবলৈ মহিলাসকলে এপইণ্টমেণ্ট ল’বলগীয়াৰ পৰিস্থিতৰো সৃষ্টি হৈছে৷

ইফালে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ৰ পিছতে ক্লিনিকবোৰে গৰ্ভনিৰোধক বড়িৰ দাবীৰে জাষ্ট দ্য পিল বুলিও এক ট্ৰেণ্ড আৰম্ভ কৰে৷

লগতে পঢ়ক সাৱধান হওক! ফ্ৰীজত থোৱা মাংস-মাছত জীয়াই থাকে কোভিড১৯ ভাইৰাছ!

কেটি থমাছ নামৰ এগৰাকী মহিলাই কয় যে দেশত গৰ্ভপাত অবৈধ হ’ব বুলি জানিব পাৰি তেওঁৰ ৪৬ বছৰীয়া কন্যাৰ বাবে গৰ্ভনিৰোধক পিল ক্ৰয় কৰিছিল ৷ কেটিয়ে নিউয়ৰ্ক টাইমছক কয়, মই মোৰ ছোৱালীজনীৰ অবাঞ্চিত গৰ্ভধাৰণৰ ভয়ত এই গৰ্ভনিৰোধক বড়িবোৰ কিনিছিলো। মই যিকোনো পৰিস্থিতিতে সাজু হৈ থাকিব বিচাৰো৷ কেটিয়ে লগতে কয় যে তেওঁৰ ২৪ বছৰীয়া পুত্ৰ আৰু তেওঁৰ প্ৰেমিকাক এনে বড়িৰ যোগান ধৰিছিল৷

ইফালে গৰ্ভপাত আৰু অন্যান্য স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে মহিলাসকলক এনেদৰে জন্ম নিয়ন্ত্ৰণৰ বড়ি ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে।

আটলাণ্টাৰ প্লেবড পেৰেণ্টহুড চাউথইষ্টৰ মুখপাত্ৰ লৰেন ফ্ৰেজিয়াৰে কয় যে মহিলাসকলে এনেদৰে গৰ্ভনিৰোধক বড়ি সংগ্ৰহ কৰি ৰখাটো উচিত হোৱা নাই৷ তেওঁৰ মতে প্ৰয়োজনৰ সময়ত আৰ্তসকলৰ ই বজাৰত উপলব্ধ হ’ব লাগে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে আমেৰিকাত গৰ্ভ নিৰোধক ঔষধৰ চাহিদা বৃদ্ধিয়ে প্ৰমাণ কৰিছে যে দেশখন মহিলাসকল গৰ্ভধাৰণ কৰাৰ শংকাত অত্যধিক চিন্তান্বিত হৈ পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abortion pillsasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
Next Post
‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.