• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

4 years ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

38 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

2 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

3 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

5 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

5 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

6 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

6 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

6 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

7 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

7 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

9 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

editor by editor
July 14, 2022
in বিশ্ব, ৰাজনীতি
0
‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ
0
SHARES
11.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যালয়ৰ কৰ্তব্যৰত অৱস্থাত হাঁহি থাকিব লাগিব, নহ’লে তেওঁলোকে জৰিমনা ভৰিব অথবা চাকৰি ত্যাগ কৰিব লাগিব৷ এই নিৰ্দেশ জাৰি কৰিছে এখন দেশৰ এগৰাকী মেয়ৰে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ফিলিপাইনছৰ এগৰাকী মেয়ৰে এইদৰে এক নতুন নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্দেশনাটোত কোৱা হৈছে কাৰ্যায়লত হাঁহি থাকিব লাগিব নহ’লে জৰিমনা ভৰিব লাগিব৷ প্ৰয়োজন সাপেক্ষে চাকৰিও ত্যাগ কৰিব লাগিব৷

দেশখনৰ চৰকাৰে গ্ৰহণ কৰা সেৱা উন্নতি সাধন কাৰ্যসূচীৰ অধীনত মেয়ৰগৰাকীয়ে চৰকাৰী কৰ্মচাৰীসকললৈ এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক উৰাজাহাজত ভ্ৰমণ কৰিব খোজে নেকি? মাত্ৰ ৯৯৯ টকাতে ভ্ৰমণৰ সুযোগ লওক…

কুইজন প্ৰদেশৰ মুলানী চহৰত শপত গ্ৰহণ কৰাৰ পিছতহে এৰিষ্ট’টল এৰিছ নামৰ মেয়ৰগৰাকীয়ে ‘স্মাইল পলিচি’ কাৰ্যকৰী কৰিছে। কাৰ্যবাহী আদেশত কোৱা হৈছে যে ‘শান্তি আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ মনোভাৱ দেখুৱাই জনসাধাৰণৰ সৎ সেৱা কৰা’ৰ বাবে এই নীতি গ্ৰহণ কৰা উচিত। স্থানীয় লোকসকলৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখ্য তাৰ স্থানীয় লোকসকলৰ অধিকাংশই হৈছে তামোল খেতিয়ক আৰু মাছমৰীয়া।

ইফালে আগুইৰে অভিযোগ অনুসৰি কৰ আদায় দিবলৈ বা যিকোনো সহায়ৰ বাবে চৰকাৰী কৰ্মচাৰীক সাক্ষাৎ কৰিলেই তেওঁলোকক কৰ্মচাৰীসকলে অসৌজন্যমূলক আচৰণ কৰি আহিছে৷

অতি দুৰ্গম গাঁৱৰ পৰা টাউন হললৈ মানুহে ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়ি গৈ চৰকাৰী বিষয়াক সাক্ষাৎ কৰিলেও বিষয়াসকলে তেওঁলোকক ৰূঢ় ব্যৱহাৰ কৰে আৰু ইয়াৰ ফলত সাধাৰণ লোকলক যথেষ্ট হতাশ হৈ পৰে।

লগতে পঢ়ক কাৰাৰুদ্ধ বৰ্ষাশ্ৰীৰ সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

উল্লেখ্য যে যোৱা ৯ মে’ৰ নিৰ্বাচনৰ পূৰ্বে এজন অকুপেচনেল থেৰাপিষ্ট হিচাপে কৰ্মৰত আগুইৰে কয় যে চৰকাৰী কর্মচাৰীৰ মনোভাৱ সলনি কৰাৰ প্রয়োজন আছে৷

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰড্ৰিগো ডুটেৰ্টৰ প্ৰশাসনৰ এজন প্ৰাক্তন ন্যায় সচিবৰ পুত্ৰ আগুইৰে কয় যে আমাৰ বাবে ব্যৱসায়ৰ অনুকূল পৌৰসভা হোৱাৰ প্ৰয়োজন। যিসকল কৰ্মচাৰীয়ে এই নিৰ্দেশ মানি নচলে তেওঁলোকক ছমাহৰ দৰমহা জৰিমনা বিহা হ’ব পাৰে বা সেৱাৰ পৰা নিলম্বিত হ’ব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPhilippineQuezonSmile Policy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?
ভাৰত

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

September 25, 2026
Next Post
হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.