• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

4 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

17 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

1 hour ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

19 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

editor by editor
July 14, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?
0
SHARES
10.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি হৈছে নগ্নতা দিৱস৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ নগ্নতাবাদী গোটসমূহে ১৪ জুলাইত ’au naturel’ত ৰাষ্ট্ৰীয় নগ্ন দিৱস উদযাপন কৰে।

নগ্নতাবাদ হৈছে নগ্নতাৰ অভ্যাস কৰা বা তেনে কৰাৰ অধিকাৰৰ বাবে যুক্তি দিয়া কাৰ্য। সকলো নগ্নতাবাদীয়ে একে দৰ্শনৰ দ্বাৰা প্ৰভাৱিত নহ’লেও বহুতে এইটোত বিশ্বাস তথা সমৰ্থন কৰে যে মানুহৰ শৰীৰটো সহজাতভাৱে সুন্দৰ আৰু কাপোৰেৰে কৃত্ৰিমভাৱে এই সৌন্দৰ্যক সীমাবদ্ধ কৰি ৰখাহে হয়।

ৰাষ্ট্ৰীয় নগ্নতা দিৱসৰ ইতিহাস

১৪ জুলাইত সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰীয় নগ্ন তথা নগ্নতা দিৱস পালন কৰা হয়। এই দিৱস পালন কৰাসকলে এই দিনটোত শৰীৰৰ কাপোৰৰ আঁতৰাই পেলায়। বহুতে ইয়াক এক বিকৃত ধাৰণা হিচাপে অভিহিত কৰিব খুজিলেও, ইয়াক উদযাপন কৰাসকলে কিন্তু এই দিনটোত স্বাধীনতা আৰু মানৱ শৰীৰৰ নান্দনিকতাক উদযাপন কৰে।

লগতে পঢ়ক ‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

উল্লেখ্য যে নগ্নতাৰ এক আন্দোলনো আছে, যাক প্ৰকৃতিবাদ বা নগ্নতাবাদ বুলি জনা যায় (যদিও দুয়োটাৰ মাজত অলপ পাৰ্থক্য আছে)। এই আন্দোলন তথা দিৱসটো নিউজিলেণ্ডৰ পৰা আৰম্ভ হৈছিল আৰু তাৰ পৰাই ই পশ্চিমীয়া তথা আন দেশলৈ বিয়পি পৰিছিল। বৰ্তমান বিশ্বৰ ৩০ খনতকৈও অধিক দেশত এই দিৱস পালন কৰা হয়।

নগ্নতাবাদীসকলে বিশ্বাস কৰে যে মানুহৰ শৰীৰটো যেতিয়া সম্পূৰ্ণৰূপে প্ৰাকৃতিক ৰূপত থাকে তেতিয়াই সৰ্বাধিক সুন্দৰ হয়। সেয়ে নগ্নতাবাদীসকলে আনকো কাপোৰ খুলি নগ্ন হ’বলৈ উৎসাহিত কৰে।

লগতে পঢ়ক মাতৃসকলে কন্যাৰ বাবে হোৰাহোৰে কিয় গৰ্ভ নিৰোধক ঔষধ ক্ৰয় কৰিছে?

আনহাতে নগ্নতা স্বাস্থ্যৰ বাবে উপকাৰী। বহু গৱেষণাই প্ৰমাণ কৰিছে যে খালী ভৰিৰে খোজ কাঢ়িলে এলঝেইমাৰৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়, কিয়নো মগজুৰ নিউৰনবোৰ উদ্দীপিত হয়। ছালখন সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে আৰু সেয়েহে শৰীৰত অধিক মাত্ৰাত ভিটামিন ডি জমা হয়। চালত লাগি ধৰা কাপোৰে ৰক্ত সঞ্চালন বাধাগ্ৰস্ত কৰে।

আনহাতে, ৰাষ্ট্ৰীয় নগ্নতা দিৱসৰ দিনা পালন কৰা পৰম্পৰাবোৰ অতি ভদ্ৰভাৱে পালন কৰা হয়। ৰাজহুৱা স্থানত পালন কৰিলেও ৰাজহুৱা অশ্লীলতাৰ আইন মানি চলা হয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom love 24 digitalBest news channel of assamBest News Portal in AssamNational Nude Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
Next Post
আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.