মধ্যপ্ৰদেশৰ ৰতলামত ১৮ জন মুছলমান হিন্দু হৈছিল৷ কিন্তু তেওঁলোকে কিয় হিন্দু ধৰ্মত দীক্ষা লৈছিল তাৰ কাৰণ ব্যাখ্যা কৰিছে৷
কাৰণ ব্যাখ্যা কৰি কয় যে তেওঁলোকে কাৰো প্ৰৰোচনাত হিন্দু ধৰ্মৰ দীক্ষা লোৱা নাই, বৰং পূৰ্ব পুৰুষৰ ধৰ্মীয় অৱস্থানলৈহে ওভতি আহিব খুজিহে হিন্দুলৈ ধৰ্মান্তৰিত হৈছে৷
লগতে পঢ়ক খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!
মধ্যপ্ৰদেশৰ ৰতলামৰ আম্বাত হিন্দু ধৰ্ম গ্ৰহণ কৰা ১৮ গৰাকী লোকে কয় যে তেওঁলোক কেতিয়াও মুছলমান নাছিল। তেওঁলোক পূৰ্বেতে চাহিদা অনুসৰি খোৱা যাযাবৰী মানুহহে আছিল।
একে সময়তে দীক্ষা লোৱা মহাৰাজ নামৰ এজোন লোকে কয় যে তেওঁ আটাইবোৰ শিৱপুৰাণ শুনিবলৈ আহিছিল। সেইবোৰ শুনাৰ পিছতে তেওঁৰ সনাতন ধৰ্ম জাগ্ৰত হয় আৰু তেওঁৰ পূৰ্বপুৰুষসকল যি ধৰ্মত আছিল তেওঁ সেই ধৰ্মলৈ ঘূৰি আহিব বিচাৰিছে। সেয়ে তেওঁ সমগ্ৰ সমাজৰ সন্মুখত সনাতন ধৰ্ম গ্ৰহণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ