• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

4 years ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

20 minutes ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

2 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

4 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

5 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

17 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

18 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

19 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

20 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

20 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

20 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

editor by editor
June 9, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি বীট খায় ভাল পায়নে? যদি খায় ভাল পায় তেন্তে ভাল কথা৷ কাৰণ বীটৰুট হৈছে আটাইতকৈ স্বাস্থ্যকৰ পাচলিবোৰৰ এটা৷ ই পুষ্টিৰে সমৃদ্ধ আৰু স্বাস্থ্যৰ লাভালাভেৰে ভৰপূৰ।

শেহতীয়া গৱেষণা অনুসৰি দৈনিক এগিলাচ বীটৰ ৰস খালে হৃদৰোগৰ পৰা উপশম পাব পাৰি৷ গৱেষকসকলে ১১৪ জন স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ ওপৰত এই সম্পৰ্কে এক অধ্যয়ন কৰিছিল৷ ৭৪ জন লোকক তেওঁলোকৰ ৰক্তনলীত অস্থায়ীভাৱে প্ৰদাহ বৃদ্ধি কৰিবলৈ টাইফইড ভেকছিন দিয়া হৈছিল৷ আৰু অন্যান্য লোকসকলক স্থানীয় প্ৰদাহ অধ্যয়ন কৰিবলৈ তেওঁলোকৰ ছালত এটা সৰু ফোঁহা সৃষ্টি কৰিবলৈ ক্ৰীম দিয়া হৈছিল।

স্বেচ্ছাসেৱকসকলে সাত দিনৰ বাবে পুৱা দৈনিক ১৪০ মিলি বীটৰ ৰস খাইছিল। তেওঁলোকৰ আধাই নাইট্ৰেটত উচ্চ পৰিমাণৰ ৰস খাইছিল, আনহাতে বাকী অৰ্ধাংশে নাইট্ৰেট আঁতৰাই বীটৰ ৰস খাইছিল। নাইট্ৰেট সমৃদ্ধ ৰস খোৱা গোটবোৰৰ তেজ, প্ৰস্ৰাৱ আৰু লেলাৱতিত নাইট্ৰিক অক্সাইডৰ পৰিমাণ অধিক আছিল।

লগতে পঢ়ক ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

গৱেষকসকলে এইটোও জানিব পাৰিছিল যে যিসকল লোকক সৰু ফোঁহা সৃষ্টি কৰিবলৈ ক্ৰীম দিয়া হৈছিল আৰু নাইট্ৰেট সমৃদ্ধ ৰস খাইছিল, তেওঁলোকৰ ফোঁহাবোৰ অধিক সোনকালে নিৰ্মূল হৈছিল। ফোঁহাবোৰৰ পৰা তৰলৰ নমুনাত প্ৰদাহজনক বগা কোষৰ সংখ্যাও তিনি দিনৰ পিছত কম আছিল।

উল্লেখযোগ্য নাইট্ৰিক অক্সাইড প্ৰাকৃতিকভাৱে শৰীৰত উৎপন্ন হয় আৰু সুস্বাস্থ্যৰ বাবে ই অতি অত্যাৱশ্যকীয়। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু শৰীৰত প্ৰদাহ-প্ৰতিৰোধত প্ৰভাৱ পেলায়।

হৃদৰোগত আক্ৰান্ত লোকসকলৰ নাইট্ৰিক অক্সাইডৰ পৰিমাণ কম হয়। বীটৰুট নাইট্ৰেটত সমৃদ্ধ গৱেষকসকলৰ অনুসৰি নাইট্ৰিক অক্সাইডৰ বৰ্ধিত স্তৰে পুনৰুদ্ধাৰৰ গতি বৃদ্ধি কৰাত সহায় কৰে৷ গতিকে আজিৰে পৰা বীটৰুট খাবলৈ আৰম্ভ কৰক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Next Post
পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?

১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.