• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

4 years ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

28 minutes ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

1 hour ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

2 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

2 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

4 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

4 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

6 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

15 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

15 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

16 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

editor by editor
June 9, 2022
in জীৱনশৈলী, বিবিধ
0
ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ এগৰাকী যুৱতীয়ে দেশৰ প্ৰথমখন একক বিবাহ সম্পন্ন কৰিছে৷ গুজৰাটৰ বদোদৰাৰ ২৪ বছৰীয়া যুৱতীগৰাকীয়ে নিৰ্ধাৰিত ১১ জুনতকৈ পূৰ্বেই নিজৰ বিবাহখন সম্পন্ন কৰা বুলি সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে৷

উল্লেখ্য যে গুজৰাটৰ বদোদৰাৰ ক্ষমা বিন্দু নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীয়ে কিছুদিন পূৰ্বে নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বুলি ঘোষণা কৰি সংবাদ আৰু সামাজিক মাধ্যমৰ চৰ্চালৈ আহিছিল৷

এই খবৰ বিয়পি পৰাৰ লগে লগে বিষয়টোৱে সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰে আৰু হিন্দু ধৰ্মীয় গুৰু আৰু বিজেপিয়ে ইয়াৰ বিৰোধ কৰাত বিতৰ্কৰো সূচনা হয়৷

লগতে পঢ়ক ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

ইফালে যুৱতীগৰাকীয়ে অহা ১১ জুনত গুজৰাটৰ এটা মন্দিৰত তেওঁৰ একক বিবাহখন সম্পন্ন হ’ব বুলি ঘোষণা কৰাৰ পিছতে বিজেপিৰ এজন বিধায়কে ইয়াৰ বিৰোধিতা কৰি মন্দিৰত এনে বিবাহ সম্পন্ন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷

ইয়াৰ পিছতে ক্ষমা বিন্দুৱে অধিক বিতৰ্কৰ সূত্ৰপাত হোৱাৰ আশংকা কৰি নিৰ্ধাৰিত দিনৰ পূৰ্বেই নিজৰ বিবাহখন সম্পন্ন কৰা বুলি প্ৰকাশ কৰিছে৷ ইতিমধ্যে ক্ষমা বিন্দুৱে তেওঁৰ বিবাহৰ ‘মেহেন্দি’ আৰু ‘হালদি’ অনুষ্ঠানৰ ফ’টোও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে৷

View this post on Instagram

A post shared by Kshama Bindu (@kshamachy)

বিন্দুৱে সামাজিক মাধ্যমৰ এটা ভিডিঅ’ বাৰ্তাত নিজৰ বিবাহ সম্পন্ন হোৱা বুলি প্ৰকাশ কৰি মেচেজৰ জৰিয়তে তেওঁক সমৰ্থন কৰা সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জ্ঞাপনো কৰিছে৷ লগতে তেওঁৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইচ্ছা কৰা সকলোৰে ওচৰত ক্ষমা ভিক্ষাও কৰিছে৷

লগতে পঢ়ক ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক…

উল্লেখ্য যে নিজৰ সৈতে বিবাহ হ’ব বুলি ঘোষণা কৰি দেশত বিতৰ্কৰ সূচনা কৰি চৰ্চা লাঊ কৰা ক্ষমা বিন্দুৱে হিন্দু ধৰ্মীয় ‘কুসংস্কাৰ ভংগ’ কৰা আৰু ‘প্ৰকৃত প্ৰেম বিচাৰি ভাগৰি’ পৰাৰ বাবেই এই অগতানুগতিক সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছিল৷

নিজৰ অগতানুগতিক সিদ্ধান্তৰ সন্দৰ্ভত বিশদ বিৱৰণ দি বিন্দুৱে লগতে কৈছিল, ‘‘জীৱনৰ এটা সময়ত মই উপলব্ধি কৰিছিলো যে মই মোৰ নিজৰ ৰাণী হোৱাৰ বাবেই মোক ৰাজকুমাৰৰ প্ৰয়োজন নাই। is why I have decided to marry myself on June 11৷ মই কইনাৰ দৰে সাজ-পোছাক পৰিধান কৰিম, অনুষ্ঠানত অংশ ল’ম, মোৰ বন্ধু-বান্ধৱীয়ে মোৰ বিয়াত উপস্থিত থাকিব আৰু তাৰ পিছত মই দৰাৰ লগত যোৱাৰ পৰিৱৰ্তে মোৰ ঘৰলৈ উভতি আহিম।”

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndia's first sologamyKshama Bindu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
Next Post
অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে  নিশ্চিত

অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.