• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে  নিশ্চিত

অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

4 years ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

20 minutes ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

1 hour ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

3 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

3 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

4 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

13 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

13 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

14 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

16 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

editor by editor
June 9, 2022
in বিজ্ঞান, বিশ্ব
0
অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে  নিশ্চিত
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ পৰা প্ৰায় ৩ বিলিয়ন আলোকবৰ্ষ দূৰত থকা আন এখন তাৰকাৰাজ্যৰ পৰা অহা এটা অদ্ভুত ৰেডিঅ’ সংকেত ধৰা পেলাইছে জ্যোতিৰ্বিজ্ঞানীসকলে। এইটো হৈছে বিজ্ঞানীসকলে ধৰা পোলোৱা দ্বিতীয়টো পুনৰাবৃত্তিমূলক সংকেত৷

বিজ্ঞানীসকলে বৰ্তমান ধৰা পেলোৱা নতুন সংকেতটো ফাষ্ট ৰেডিঅ’ বাৰ্ষ্টছ (FRB)ক FRB 20190520B নামেৰে জনাজাত। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে এই সংকেতটো “এটা কম্পেক্ট, স্থায়ী ৰেডিঅ’ উৎসৰ সৈতে সহ-অৱস্থিত আৰু high specific-star-formation তাৰকাৰাজ্যৰ সৈতে জড়িত।” ‘নেচাৰ’ নামৰ বিজ্ঞান আলোচনীত এই পৰ্যবেক্ষণসমূহ প্ৰকাশ পাইছে ।

২০১৯ চনৰ মে’ মাহত চীনৰ গুইঝৌত পাঁচশ মিটাৰ এপাৰচাৰ স্ফেৰিকেল ৰেডিঅ’ টেলিস্কোপ (FAST) ব্যৱহাৰ কৰি এফ আৰ বি ধৰা পেলোৱা হৈছিল। অতিৰিক্ত পৰ্যবেক্ষণত ২০২০ চনৰ মে’ মাহত আৰু প্ৰায় ৭৫টা এফ আৰ বি ৰেকৰ্ড কৰা হৈছিল।

লগতে পঢ়ক শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

বিজ্ঞানীসকলে এই এফ আৰ বিৰ উৎস কি সেই বিষয়ে এতিয়াও নিশ্চিত নহয় যদিও তেওঁলোকে ব্যাখ্যা আগবঢ়াইছে যে ই নৱজাতক এফ আৰ বি আৰু ইয়াৰ পৰাই সংকেত প্ৰেৰণ কৰি আছে৷ তেওঁলোকৰ মতে এতিয়াও “নিউট্ৰন তৰাটো এৰি থৈ যোৱা ছুপাৰন’ভা বিস্ফোৰণে নিৰ্গত কৰা ঘন পদাৰ্থ”ৰে আগুৰি আছে। ‘নৱজাতক’ তত্ত্বৰ অধীনত এফ আৰ বিৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে সংকেতবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব বুলি আশা কৰা হৈছে।

“এফ আৰ বিৰ ক্ষেত্ৰখন বৰ্তমান অতি দ্ৰুতগতিত আগবাঢ়িছে আৰু মাহে মাহে নতুন নতুন আৱিষ্কাৰ উলাইছে। কিন্তু কঠিন তথা বৃহৎ প্ৰশ্ন এতিয়াও আছে, আৰু এই বস্তুটোৱে আমাক সেই প্ৰশ্নসমূহৰ বিষয়ে প্ৰত্যাহ্বানমূলক সূত্ৰ দিছে।’-এই অধ্যয়নৰ সহ-লেখিকা চাৰা বাৰ্ক-স্প’লাৰে কয়।

লগতে পঢ়ক ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

উল্লেখ্য যে ইয়াৰ পূৰ্বেও এক ডজনতকৈ অধিক এফ আৰ বি স্থানীয়কৰণ কৰা হৈছে৷ ইয়াৰে পাঁচটাত এফ আৰ বিৰ পুনৰাবৃত্তিমূলক উৎসৰ অন্তৰ্ভুক্ত কৰা হৈছে।

ৰেডিঅ’ টেলিমেট্ৰি আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰযুক্তিগত অগ্ৰগতিৰ ফলত ত্বৰান্বিত কৰা এই আৱিষ্কাৰসমূহে বিজ্ঞানীসকলক লাহে লাহে বৃহৎ আৰু অতি-বৃহৎ তৰাৰ মৃত্যু, নিউট্ৰন তৰা আৰু চুম্বকীয় তৰাৰ একত্ৰীকৰণৰ দৰে মহাজাগতিক পৰিঘটনাৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ সংগঠিত কৰিবৈ উৎসাহিত কৰিছে বুলিও কোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFRBgalaxyRadio signal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
Next Post
খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.