• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

4 years ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 minutes ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

22 minutes ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

51 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

2 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

2 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

5 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

19 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

20 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

20 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

editor by editor
June 9, 2022
in অপৰাধ, ভাৰত
0
পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমবংগৰ বৰ্ধমানৰ এখন গাঁৱৰ এজন স্বামীয়ে চৰকাৰী নাৰ্ছ তথা নিজ পত্নীৰ হাত কাটি দুচেও কৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ৰেণু খাতুৰ স্বামী শ্বেৰ মহম্মদক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়৷

স্বামী শ্বেৰ মহম্মদে প্ৰকাশ কৰা অনুসৰি পত্নীক আক্ৰমণত তেওঁ আৰু দুজন লোকে সহযোগ কৰিছিল আৰু তেওঁলোক ভেৰোনীয়া আছিল৷ ইতিমধ্যে আৰক্ষীয়ে এই দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে৷

পত্নীয়ে চৰকাৰী চাকৰি পোৱাৰ পিছত তেওঁক ত্যাগ কৰি গুচি যাহ বুলি সন্দেহ কৰিয়ে শ্বেৰ মহম্মদে পত্নীক আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছিল৷ ইয়াৰ পিছতে আৰক্ষীৰ আগত স্বামীয়ে পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে বুলিও দাবী কৰিছে৷

লগতে পঢ়ক পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

ইফালে পত্নীয়ে এই অভিযোগ নস্যাৎ কৰিছে৷ চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে নিবনুৱা শ্বেৰ মহম্মদে পত্নী ৰেণুৱে তেওঁক ত্যাগ কৰি গুচি যাব বুলি বাৰে অভিযোগ কৰি আহিছিল৷ পত্নী ৰেণুৱে স্বামীক এৰি নাযাওঁ বুলি বাৰে বাৰে কৈ অহাৰ পিছতো সেয়া স্বামীয়ে সেই কথা বিশ্বাস নকৰি এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমত প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনাৰ দিনা নিশা ১১ বজাত পিছফালৰ দুৱাৰখন স্বামী শ্বেৰ মহম্মদে খুলি দিছিল আৰু ভেৰোণীয়া লোককেইজনে হাতত চোকা অস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল৷

সেই সময়ত ৰেণু শুই আছিল৷ তেওঁলোকে আঁঠুৱাৰ ভিতৰতে আঁঠুৱাসহ ৰেণুক হেঁচা মাৰি ধৰি প্ৰথমে ভৰি দুখন আৰু মুখত হেঁচি ধৰিছিল৷ ইয়াৰ পিছতে টিন কটা কেঁচি আৰু চোকা ছুৰিৰে ৰেণুৰ হাত কাটি প্ৰায় দুচেও কৰিছিল৷

লগতে পঢ়ক অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

ৰেণুৱে প্ৰথমাৱস্থাত চিঞৰিছিল যদিও পিছত তেওঁৰ মুখত সোপা দি লোৱা হৈছিল বুলি প্ৰকাশ কৰিছে৷ এই জঘন্য কাণ্ডটো সংঘটিত কৰি আটাইকেইজনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে৷

ইফালে ঘটনাৰ সন্দৰ্ভত ৰেণুৰ শহু আৰু শাহুৰেককো গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰাথমিক তদন্তৰ মতে ঘটনাৰ ষড়যন্ত্ৰৰ সম্পৰ্কে তেওঁলোক অৱহিত নাছিল৷

আনহাতে ঘটনাটোৱে সমগ্ৰ পশ্চিমবংগত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰেণু খাতুন নাৰ্ছৰ চাকৰিৰ পৰিৱৰ্তে অন্য চাকৰি দিয়াৰ লগতে কৃত্ৰিম হাতো লগাই দিয়া হ’ব বুলি ঘোষণা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
Next Post
১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?

১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?

হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.