• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

4 years ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

49 minutes ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

2 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

2 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

5 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

6 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

7 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

8 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

8 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

editor by editor
June 8, 2022
in অপৰাধ, ভাৰত
0
পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক অতি লোমহৰ্ষক ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ এগৰাকী লোকে নিজ পত্নীৰ হাত কাটি দুচেও কৰাৰ এক ঘটনা সংঘটিত হৈছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে এই জঘন্য ঘটনাটো পশ্চিমবংগৰ বৰ্ধমানৰ কেতুগ্ৰামৰ চিনিছপুৰৰ বাসিন্দা শ্বেৰ মহম্মদে যোৱা শনিবাৰে পত্নী ৰেণু খাতুনৰ এখন হাত কাটি দুচেও কৰে৷ স্বামীগৰাকী অন্য কেইজমান লোকেও সহযোগ কৰা বুলি জানিব পৰা গৈছে৷

প্ৰকাশিত খবৰ অনুসৰি ৰেণু খাতুনে কিছুদিন পূৰ্বে চৰকাৰী নাৰ্ছৰ চাকৰী লাভ কৰিছিল৷ স্বামী শ্বেৰ মহম্মদে পত্নীয়ে চৰকাৰী চাকৰি লাভ কৰাৰ বাবেই হাত কাটি দুচেও কৰে৷ অভিযোগ অনুসৰি শ্বেৰ মহম্মদে চৰকাৰী চাকৰি লাভ কৰাৰ পিছত পত্নীয়ে তেওঁক এৰি যাব বুলি সন্দেহ কৰিয়ে এই কাণ্ড সংঘটিত কৰে৷

লগতে পঢ়ক হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

ইতিমধ্যে পত্নী ৰেণু খাতুনৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে এই কাণ্ড সংঘটিত কৰা স্বামী শ্বেৰ মহম্মদক যোৱা মংগলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে৷

ইফালে ঘটনাটো সংঘটিত হোৱাৰ পিছতে ভুক্তভোগীৰ ৰেণুক ভাতৃয়ে চুবুৰীয়াৰ সহযোগত স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও স্থানীয় চিকিৎসালয়ে উন্নত চিকিৎসাৰ বাবে বৰ্ধমানৰ আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

আনহাতে পলম হোৱাৰ বাবে চিকিৎসকে ৰেণু খাতুনৰ হাতখন যোৰা লগাবলৈ অক্ষম হোৱা বুলিও জানিব পৰা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
কাটিলে তেজ ওলোৱা এবিধ বিশেষ গছ? ইয়াৰ নাম কি আৰু ক’ত পোৱা যায়?

কাটিলে তেজ ওলোৱা এবিধ বিশেষ গছ? ইয়াৰ নাম কি আৰু ক’ত পোৱা যায়?

যদি যোগাসনৰ সুফল বিচাৰে, তেনে কি কি ভুল নকৰিব!

যদি যোগাসনৰ সুফল বিচাৰে, তেনে কি কি ভুল নকৰিব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.