• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

4 years ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 minutes ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

41 minutes ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

1 hour ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

11 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

12 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

12 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

12 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

13 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

editor by editor
June 8, 2022
in চিনেমা, বিশ্ব
0
হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হলিউদৰ অভিনেতা ব্ৰেড পিটে তেওঁৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এঞ্জেলিনাই তেওঁৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছে।

অভিনেতাগৰাকীৰ মতে, ফ্ৰান্সৰ আঙুৰৰ বাগিচাত তেওঁলোকৰ ৫০ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰি ৰাছিয়াৰ অভিজাত শ্ৰেণীটোৰ সৈতে মিলি তেওঁৰ ‘ক্ষতি’ কৰাৰ প্ৰয়াস কৰা হৈছে। ব্ৰেডৰ দলে আদালতত দাখিল কৰা আইনী নথি-পত্ৰত এই কথা কোৱা হৈছে।

আচলতে যোৱা বছৰৰ অক্টোবৰ মাহত জ’লীয়ে দক্ষিণ ফ্ৰান্সৰ এখন আঙুৰৰ বাগিচাত নিজৰ অংশ বিক্ৰী কৰিছিল। স্মৰ্তব্য যে এই ঠাইতেই জ’লী আৰু পিটৰ বিবাহ অনুষ্ঠিত কৰা হৈছিল।

লগতে পঢ়ক চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

জানিব পৰা মতে ৰাছিয়াত জন্মগ্ৰহণ কৰা বিলিয়নাৰ ইউৰি শ্বেফ্লাৰৰ সহযোগী প্ৰতিষ্ঠান টেনুটে ডেল মণ্ডোক এঞ্জেলিনা জ’লীয়ে নিজৰ বাগিচাৰ অংশ বিক্ৰী কৰে।

ফেব্ৰুৱাৰী মাহত পিটে গোচৰ তৰি কয় যে প্ৰাক্তন দম্পতীহালে ইজনে সিজনৰ সন্মতি অবিহনে কেতিয়াও নিজৰ শ্বেয়াৰ বিক্ৰী নকৰিবলৈ সন্মত হৈছিল। পিটে জ’লীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছে যে তেওঁ ‘অনাৰ্জিত’ লাভৰ বাবেই এই কাম কৰিছে।

সংবাদ সংস্থা এএফপি-এ এক প্ৰতিবেদনৰ মতে এটা সংশোধিত অভিযোগত পিটৰ অধিবক্তাসকলে যুক্তি আগবঢ়ায় যে ‘জ’লীয়ে বিক্ৰীৰ জৰিয়তে পিটৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছে’ আৰু শ্বেফ্লাৰক জ’লীৰ সৈতে ‘অচিনাকি বিষাক্ত সংগী’ বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

যোৱা শুকুৰবাৰে লছ এঞ্জেলছৰ আদালতত দাখিল কৰা আবেদনত শ্বেফলাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে ‘তেওঁ ভ্লাদিমিৰ পুটিনৰ ঘণিষ্ঠ ব্যক্তিৰ সৈতে ব্যক্তিগত আৰু ব্যৱসায়িক সম্পৰ্ক’ আছে।

কিন্তু মাৰ্চ মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত শ্বেফলাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁক ‘পুটিনক বিৰোধিতা কৰাৰ বাবে ২০০২ চনতেই ৰাছিয়াই তেওঁক বিতাড়িত কৰিছে’।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: angelina jolieasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambrad pittHollywoodHollywood actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ
বিনোদন

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
Next Post
কাইলৈ হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব?

কাইলৈ হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব?

পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.