• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

4 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

5 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

5 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

6 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

6 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

7 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

7 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

7 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

8 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

8 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

9 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

editor by editor
June 8, 2022
in ভাৰত
0
গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এক নতুন বিশ্ব অভিলেখ গঢ়িলে। মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিটুমিনাছ পকী পথ নিৰ্মাণ কৰি সমগ্ৰ বিশ্বতে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে NHAIএ। মহাৰাষ্ট্ৰৰ অমৰাৱতী আৰু আকোলাৰ মাজৰ এই পথ মাত্ৰ ১০৫ ঘণ্টা ৩৩ মিনিটৰ ভিতৰত নিৰ্মাণ কৰি এই বিশ্ব অভিলেখ গঢ়িছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইট কৰি এই তথ্য শ্বেয়াৰ কৰিছে। গডকাৰীয়ে তেওঁৰ টুইটৰ সাতটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ পত্ৰও পোষ্ট কৰিছে। ইয়াৰ বাহিৰেও এটা ভিডিঅ’ বাৰ্তা মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে লিখিছে যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

মন্ত্ৰী গাডকাৰীয়ে ভিডিঅ’ মেছেজৰ জৰিয়তে NHAI আৰু ৰাজপথ ইনফ্ৰাকন প্ৰাইভেট লিমিটেডৰ সকলো অভিযন্তা, ঠিকাদাৰ, পৰামৰ্শদাতা আৰু কৰ্মীক বিশ্ব অভিলেখ গঢ়াৰ বাবে অভিনন্দন জনাইছে।

#ConnectingIndia with Prosperity!

Celebrating the rich legacy of our nation with #AzadiKaAmrutMahotsav, under the leadership of Prime Minister Shri @narendramodi Ji @NHAI_Official successfully completed a Guinness World Record (@GWR)… pic.twitter.com/DFGGzfp7Pk

— Nitin Gadkari (@nitin_gadkari) June 7, 2022

লগতে পঢ়ক জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

তেওঁ আৰু কয় যে আমৰাৱতী আৰু আকোলা জিলাৰ মাজৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ১০৫ ঘণ্টা ৩৩ মিনিটত একক লেনত ৭৫ কিলোমিটাৰ বিটুমিনাছ কংক্ৰিট পাৰি দিয়াৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ২০২২ চনৰ ৩ জুনৰ পুৱা ৭:২৭ বজাত ৭৫ কিলোমিটাৰ একক লেনযুক্ত বিটুমিনাছ কংক্ৰিট পথৰ কাম আৰম্ভ হৈছিল আৰু ৭ জুনৰ সন্ধিয়া ৫ বজাত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে পথটো নিৰ্মাণৰ বাবে মুঠ ৩৬,৬৩৪ মেট্ৰিক টন সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু পৰামৰ্শদাতাৰ এটা দলকে ধৰি ৭২০ জন শ্ৰমিকে দিনে-নিশাই কাম পথটো নিৰ্মাণ সম্পূৰ্ণ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNHAInitin gadkariUnion Minister Nitin Gadkari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

কাইলৈ হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব?

কাইলৈ হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.