• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

4 years ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

2 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

2 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

2 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

3 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

4 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

5 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

6 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

7 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

9 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

17 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’

editor by editor
June 8, 2022
in বিশ্ব, স্বাস্থ্য
0
চিকিৎসা বিজ্ঞানৰ ঐতিহাসিক সাফল্য! ‘ঔষধে কেঞ্চাৰ ৰোগ নিৰাময় কৰে!’
0
SHARES
563
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঔষধৰ দ্বাৰা কেঞ্চাৰ ৰোগ ভাল হয়৷ কৰ্কট ৰোগীৰ ওপৰত কৰা এক ট্ৰায়েলৰ প্ৰমাণ হৈছে যে ঔষধে কৰ্কট ৰোগ নিৰাময় কৰে৷

এদল চিকিৎসকে মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ ওপৰত কৰা পৰীক্ষামূলক চিকিৎসাৰ অন্তত তেওঁলোকৰ কৰ্কট ৰোগ নিৰাময় হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে৷ আনকি ১৮ গৰাকী মলদ্বাৰ কৰ্কট ৰোগত আক্ৰান্ত লোক ঔষধ ব্যৱহাৰ কৰি ইয়াৰ পৰা নিৰাময় লাভ কৰাৰত স্তম্ভিত হৈও পৰিছে চিকিৎসকৰ দলটোৱে।

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, এটা সৰু ক্লিনিকেল ট্ৰায়েলত ১৮ জন ৰোগীক ছমাহৰ বাবে ডষ্টাৰলিমব নামৰ ঔষধ দিয়া হৈছিল ইয়াৰ পিছতে লোককেইজনৰ সকলো টিউমাৰ ‘নিৰাময়’ হোৱা বুলি কোৱা হৈছে।

লগতে পঢ়ক হজৰত মহম্মদক অপমান! দেশৰ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণ কৰিব আল-কায়দাই!

আচলতে ডষ্টাৰলিমব হৈছে লেবত উৎপাদিত অণু ঔষধ, যিয়ে মানুহৰ শৰীৰত বিকল্প এন্টিবডি হিচাপে কাম কৰে। মলদ্বাৰৰ কৰ্কট ৰোগত আক্ৰান্ত ১৮ জন ৰোগীৰ সকলোকে একেটা ঔষধ দিয়া হৈছিল, যাৰ ফলত চাঞ্চল্যকৰ ফলাফল পোৱা গৈছে৷ আৰু প্ৰতিজন ৰোগীৰ কৰ্কট ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হৈছে বুলিও কোৱা হৈছে।

শাৰীৰিক পৰীক্ষা, এণ্ড’স্কপি, পজিট্ৰন ইমিছন ট’ম’গ্ৰাফী বা পিইটি স্কেন বা এমআৰআই স্কেনত কোনো লক্ষণ দেখা পোৱা নগ’ল। নিউয়ৰ্কৰ মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰৰ ডাঃ লুইজ এ ডায়েজ জেই কয় যে, ‘কেন্সাৰৰ ইতিহাসত এইটো প্ৰথমবাৰ ঘটিছে।’

নিউয়ৰ্ক টাইমছৰ মতে, ক্লিনিকেল ট্ৰায়েলত অংশগ্ৰহণ কৰা ৰোগীসকলে তেওঁলোকৰ পূৰ্বৰ চিকিৎসাত কৰ্কট ৰোগক ‘সম্পূৰ্ণ নিৰ্মূল’ৰ বাবে কেমোথেৰাপি, ৰেডিয়চন আৰু অস্ত্ৰোপচাৰৰ দৰে কঠিন ব্যৱস্থাৰ সন্মুখীন হৈছিল যাৰ ফলত আক্ৰান্ত ৰোগীসকল অন্ত্ৰ, প্ৰস্ৰাৱ আনকি যৌন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও আছিল।

লগতে পঢ়ক তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

এই ১৮ জন ৰোগীয়ে পৰৱৰ্তী পৰ্যায়ত এই পৰীক্ষাসমূহৰ মাজেৰে পাৰ হোৱাৰ আশংকাত ক্লিনিকেল ট্ৰায়েললৈ গৈছিল আৰু ইয়াৰ পিছত তেওঁলোকক আৰু কোনো চিকিৎসাৰ প্ৰয়োজন নহ’ল বুলিও প্ৰকাশ কৰা হৈছে।

এই তথ্যই চিকিৎসা জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক আলোচনাত ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়াৰ কলৰেক্টাল কেন্সাৰ বিশেষজ্ঞ ডাঃ এলেন পি ৱেনুকে কয় যে কৰ্কট ৰোগ সম্পূৰ্ণৰূপে নোহোৱা হোৱাৰ কথা আগতে কেতিয়াও শুনা হোৱা নাছিল। তেওঁ ইয়াক বিশ্বৰ ভিতৰতে এই ধৰণৰ প্ৰথম গৱেষণা বুলি অভিহিত কৰে।

মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰ তথা গৱেষণা পত্ৰখনৰ সহ-লেখক ডাঃ আন্দ্ৰেয়া চাৰ্চেকে এনে আৱেগিক মুহূৰ্তৰ বৰ্ণনা কৰি কয় যে, ‘এই ৰোগীসকলে নিজকে সম্পূৰ্ণ কেন্সাৰমুক্ত হোৱাৰ পিছত আনন্দৰ চকুলোৰে ভৰি পৰিছিল।’

লগতে পঢ়ক স্বাস্থ্যজনিত সমস্যা! EDৰ চমনক উপেক্ষা কৰিব নেকি ছোনিয়া গান্ধীয়ে?

তেওঁ লগতে আৰু কয় এই ট্ৰায়েলৰ সময়ত ৰোগীকেইজনে ছমাহ ধৰি প্ৰতি তিনি সপ্তাহৰ মূৰে মূৰে Dostarlimab ঔষধ গ্ৰহণ কৰিছিল। আটাইকেইজনৰে কৰ্কট ৰোগৰ একেটা পৰ্যায়তে আছিল৷ তেওঁলোক  কৰ্কট ৰোগটো মলদ্বাৰত আছিল যদিও ই আন অংগলৈ বিয়পি পৰা নাছিল।

অৱশ্যে এই ট্ৰায়েলক সফল বুলিও কোৱা হ’লেও কৰ্কট ৰোগৰ গৱেষকসকলে সংবাদ মাধ্যমৰ আলোচনাত কয় যে এই চিকিৎসা আশাব্যঞ্জক যেন লাগিলেও ইয়াৰ বৃহৎ পৰিসৰত পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCancer disappears
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
Next Post
গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

গিনিজ বুকত অভিলেখ : মাত্ৰ ১০৫ ঘণ্টাত ৭৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ক’ত?

হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

হলিউদৰ অভিনেত্ৰী এঞ্জেলিনা জ’লীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰাক্তন স্বামী পিটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.