• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

4 years ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

8 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

36 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

1 hour ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

7 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

editor by editor
June 10, 2022
in বাণিজ্য, বিশ্ব
0
হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড মহামাৰীয়ে সাধাৰণ জনতাৰ জীৱন-জাৱিকা তচনচ কৰিলেও ২০২১ বৰ্ষটো বিশ্বৰ ধনকুবেৰসকলৰ বাবে আশীৰ্বাদ বুলি প্ৰমাণিত হৈছিল৷ বিগত বৰ্ষটোত বিশ্বৰ প্ৰায়সকল ধনকুবেৰ অৰ্থাৎ বিলিয়নাৰৰ সম্পত্তিৰ পৰিমাণ দোপতদোপে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল৷

কিন্তু ইয়াৰ বিপৰীতে দুই ভাৰতীয় ধনকুবেৰৰ বাহিৰে ২০২২ চনটো বিশ্বৰ প্ৰায়সংখ্যক ধনকুবেৰৰ বাবে অভিশাপৰূপেহে দেখা দিছে৷

শেহতীয়াকৈ প্ৰকাশ পোৱা ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে বিশ্বৰ প্ৰায়সকল ধনকুবেৰৰ সম্পত্তি হোৰাহোৰে হ্ৰাস হৈছে৷ শুকুৰবাৰে প্ৰকাশ পোৱা ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে এলন মাস্কৰ পৰা ষ্টিভ ভলমাৰলৈকে প্ৰায় ৩০০ বিলিয়ন আৰৱ ডলাৰ সম্পত্তি লোকচানৰ সন্মুখীন হৈছে৷

লগতে পঢ়ক পত্নী হাত কাটি দুচেও! কিয় কৰিলে দুচেও? প্ৰকৃত কাৰণ প্ৰকাশ কৰিলে স্বামীয়ে

অৱশ্যে ভাৰতৰ মুকেশ আম্বানী, গৌতম আদানী আৰু ৱাৰেন বাফেট হৈছে একমাত্ৰ ধনকুবেৰ, যাৰ ধন-সম্পত্তি বৃদ্ধি হৈ এই সময়ছোৱাত বিশ্বৰ শীৰ্ষ-১০ ধনকুবেৰ ভিতৰত স্থান লাভ কৰিছে।

ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে, বিশ্বৰ আটাইতকৈ ধনী টেছলাৰ চিইঅ’ এলন মাস্কে চলিত বৰ্ষত এতিয়ালৈকে ৫৫.৯ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তি হেৰুৱাইছে। বৃহস্পতিবাৰে তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ২১৪ বিলিয়ন আৰৱ ডলাৰ।

একে সময়তে দ্বিতীয় স্থানৰ ধনী জেফ বেজ’ছে ছমাহ নৌহওঁতেই ৫২.৪ বিলিয়ন আৰৱ ডলাৰ লোকচান ভৰিছে। এতিয়া তেওঁ ১৪০ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে।

লগতে পঢ়ক খাবলৈ আৰম্ভ কৰক, পুষ্টিৰে সমৃদ্ধি বীটৰুটে কৰে ৰোগ নিৰাময়!

এই বছৰ লোকচানৰ সন্মুখীন হোৱাসকলৰ ভিতৰত বাৰ্নাৰ্ড আৰ্ন’ল্টও আছে। এবছৰত তেওঁৰ সম্পত্তি ৪৫.৯ বিলিয়ন ডলাৰ হ্ৰাস পায়। বৰ্তমান তেওঁ ১৩২ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে ব্লুমবাৰ্গ বিলিয়নাৰছ ইনডেক্সত তৃতীয় স্থান লাভ কৰিছে।

বিলগেটছৰ বাবেও ২০২২ চনটো অভিশাপৰূপে দেখা দিছে। তেওঁৰ সম্পত্তিও ১৭.৫ বিলিয়ন আৰৱ ডলাৰ হ্ৰাস পাই ১২১ বিলিয়ন ডলাৰ হৈছে। পঞ্চম স্থানত আছে ৱাৰেন ৱাফেট, যিয়ে এই বছৰত এতিয়ালৈকে মাত্ৰ ১২৭ মিলিয়ন আৰৱ ডলাৰহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সম্পত্তি এতিয়া ১০৯ বিলিয়ন আৰৱ ডলাৰ।

লেৰী পেজেও চলিত বছৰত ২৪.৩ বিলিয়ন ডলাৰৰ লোকচান ভৰি ১০৪ বিলিয়ন আৰৱ ডলাৰেৰে ষষ্ঠ স্থানত আছে। এইবোৰৰ বাহিৰেও ছাৰ্গেই ব্ৰিনৰ সম্পত্তি ২৩.৭ বিলিয়ন আৰৱ ডলাৰ আৰু ষ্টিভ ভলমাৰৰ সম্পত্তি ২০.৩ বিলিয়ন আৰৱ ডলাৰ হ্ৰাস পাইছে।

লগতে পঢ়ক অন্য গেলেক্সীৰ পৰা আহিছে ৰেডিঅ’ সংকেট! বিজ্ঞানীসকলে কৰিছে নিশ্চিত

কানাডাৰ চেম্পেং ঝাও-এ যিয়ে ৮১.২ বিলিয়ন আৰৱ ডলাৰ লোকচান ভৰিছে। এতিয়া তেওঁৰ সম্পত্তি মাত্ৰ ১৪.৬ বিলিয়ন আৰৱ ডলাৰ। দ্বিতীয় নম্বৰত আছে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, যিয়ে চলিত বৰ্ষত এতিয়ালৈকে ৫৭.৩ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে। ৬৮.২ বিলিয়ন আৰৱ ডলাৰৰ সম্পত্তিৰে এতিয়া ১৪ নম্বৰ স্থানত আছে জুকাৰবাৰ্গ।

বিশ্বৰ শীৰ্ষ দহ কোটিপতিৰ সম্পদ হ্ৰাস হোৱাৰ এই সময়ছোৱাত ভাৰতৰ দুই ধন কুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰ সম্পদ চলিত বৰ্ষত এতিয়ালৈকে প্ৰবল বৃদ্ধি হোৱা দেখা গৈছে।

চলিত বছৰত এতিয়ালৈকে আম্বানীৰ সম্পত্তি ১১.৮ বিলিয়ন আৰৱ ডলাৰ বৃদ্ধি পাইছে, আনহাতে আদানীৰ সম্পত্তি বৃদ্ধিৰ পৰিমাণ হৈছে ২১.১ বিলিয়ন আৰৱ ডলাৰ। আম্বানীয়ে ১০২ বিলিয়ন আৰৱ ডলাৰ সম্পত্তিৰেৰ বিশ্বৰ সপ্তম স্থানত আছে, আনহাতে ৯৭.৬ বিলিয়ন আৰৱ ডলাৰেৰে আদানীয়ে আৰু ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত নৱম স্থানত আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assambillionairesbloomberg billionaires indexIndian billionaires
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
Next Post
কৰীণা কাপুৰৰ ৪০ হাজাৰ টকীয়া টি-চাৰ্ট! পিন্ধি কি দশা হ’ল? জানিবলৈ চাওক…

কৰীণা কাপুৰৰ ৪০ হাজাৰ টকীয়া টি-চাৰ্ট! পিন্ধি কি দশা হ’ল? জানিবলৈ চাওক...

বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  

বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.