• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  

বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  

4 years ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

20 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

3 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

5 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  

editor by editor
June 10, 2022
in অপৰাধ, ভাৰত
0
বিজেপিৰ বিধায়ক কন্যাৰ BMWৰ ট্ৰেফিক চিগনেল ভংগ! ইয়াৰ পিছত ঘটিল কি? জানিবলৈ চাওক…  
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী বিজেপি বিধায়কৰ কন্যাই পিতৃৰ ক্ষমতাৰে বলিয়ান হৈ ট্ৰেফিক চিগনেল ভংগ কৰি আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা বাতৰিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে৷

কৰ্ণাটকৰ এগৰাকী বিজেপি বিধায়ক অৰবিন্দ নিম্বাৱালিৰ কন্যাই বেংগালুৰুৰ ৰাজপথত বিলাসী বাহন BMWৰে ট্ৰেফিক চিগনেল ভংগ কৰাৰ অভিযোগ উঠিছে৷

ঘটনাৰ বিৱৰণীৰ মতে বিধায়কগৰাকীৰ কন্যাৰ বিলাসী BMW বাহনখনে ট্ৰেফিক চিগনেল অৰ্থাৎ ৰঙা লাইট উপেক্ষা কৰি পাৰ হৈ যায়৷

লগতে পঢ়ক হোৰাহোৰে হ্ৰাস ধনকুবেৰৰ ধন! বৃদ্ধি পাইছে দুই ভাৰতীয় ধনকুবেৰ সম্পত্তি

কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীয়ে লগে লগে বাহনখন অনুসৰণ কৰি উক্ত বিলাসী বাহনখন ৰখায়৷ আৰক্ষীয়ে বাহনখন ৰখোৱাৰ লগে লগে বিধায়কৰ কন্যাগৰাকীয়ে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷

উক্ত স্থানত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো যুৱতীগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰা বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক ১৮ গৰাকী মুছলমান হিন্দুলৈ ধৰ্মান্তৰিত, ধৰ্মান্তৰ হোৱাৰ কাৰণ কি?

ইফালে আৰক্ষীয়ে ট্ৰেফিক চিগনেল ভংগ কৰাৰ অপৰাধত যুৱতীগৰাকীৰ পৰা জৰিমনা আদায় ল’বলৈ লওঁতে নিজকে বিধায়কৰ কন্যা বুলি পৰিচয় দি জৰিমনা ভৰিবলৈ অস্বীকাৰ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰে৷

অৱশ্যে আৰক্ষীয়ে বিধায়ক কন্যাৰ ভাবুকিলৈ ভ্ৰূক্ষেপ নকৰি জৰিমনা আদায় কৰে৷ আনহাতে যুৱতীগৰাকীৰ এই উদ্ভণ্ডালিৰ বাবেই মহানগৰখনৰ ব্যস্ত এলেকাটোত তীব্ৰ যান-জঁটৰো সৃষ্টি হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assambjp mlaBJP MLA daughterBMW
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
Next Post
নাৰী কেৱল ভোগৰ সম্পদ নেকি! আচলতে ‘গেহৰাইয়াঁ’-এ কি কয়?

নাৰী কেৱল ভোগৰ সম্পদ নেকি! আচলতে ‘গেহৰাইয়াঁ’-এ কি কয়?

কৰীণা আৰু অনন্যা পাণ্ডেৰ ঘৰত আৰক্ষী! কিয় গ’ল আৰক্ষী? জানিবলৈ চাওক…

কৰীণা আৰু অনন্যা পাণ্ডেৰ ঘৰত আৰক্ষী! কিয় গ’ল আৰক্ষী? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.