• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

4 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

9 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

10 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

10 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

11 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

11 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

13 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

13 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

14 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

15 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

16 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

16 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

editor by editor
June 9, 2022
in বিবিধ, ভাৰত
0
ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে ৰে’লেৰে ক’ৰবালৈ যাব লগা হৈছে অথবা ইতিমধ্যে বুকিং কৰা টিকটটো নিশ্চিত হোৱা নাছিল। এনে ক্ষেত্ৰত মাত্ৰ পথ এটাহে খোলা থাকে! তৎকালৰ টিকট। কিন্তু, সঠিক পদ্ধতিটো নাজানিলে এই তৎকাল নিশ্চিত টিকট পোৱাটো বৰ সহজ নহয়।

বহুক্ষেত্ৰত ভ্ৰমণকাৰীয়ে এই ক্ষেত্ৰত অভিজ্ঞ এজেণ্টৰ কাষ চাপিবলগীয়া হয়। ইয়াৰ ফলত অতিৰিক্ত ধন ভৰিবলৈ বাধ্য হৈ পৰে। কিন্তু যদি আপুনি তলৰ কামটো কৰে তেনে সময়ত নিশ্চিত টিকট পোৱাটো কোনো কঠিন নহয়।

ইয়াৰ বাবে প্ৰথমে এটা IRCTCৰ একাউণ্ট খুলিব লাগিব। IRCTCৰ যোগে আপুনি তৎকাল টিকট কেনেকৈ পাব?

লগতে পঢ়ক পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

তাৰবাবে যাত্ৰীসকলৰ বিস্তৃত তথ্য আগতীয়াকৈ IRCTCৰ ৱেবছাইট বা এপত ৰাখিব লাগিব। ইয়াৰ বাবে ‘মাই প্ৰফাইল’লৈ যাওক আৰু ড্ৰপডাউনত ‘মাষ্টাৰ লিষ্ট’ বিচাৰি লওক।

তাত সম্ভাৱ্য ভ্ৰমণকাৰীৰ তালিকা এখন বনাব পাৰি। টিকট ক্ৰয় নকৰিলেও তাৰ আগতেই যাত্ৰীৰ নাম, লিংগ, বয়স, আসন আৰু খাদ্যৰ সম্বন্ধীয় তথ্যৰ সন্নিৱিষ্ট কৰাৰ অপচন থাকিব আৰু সেইবোৰ পূৰ কৰিব। যদি কোনোবা যাত্ৰী জ্যেষ্ঠ নাগৰিক হয় তেন্তে তেওঁৰ নাম আৰু পৰিচয় পত্ৰৰ নম্বৰ পূৰ কৰি পাৰিব। এই তালিকাত সৰ্বাধিক ২০টা নাম থকাটো সম্ভৱ।

একেদৰে আগতীয়াকৈ ‘ভ্ৰমণ তালিকা’ বনাব পাৰি। এইটো ‘মাই প্ৰফাইল’ অংশতো আছে। মাষ্টাৰ লিষ্টৰ পৰা কোন যাত্ৰীয়ে যাত্ৰা কৰিব সেয়া সহজে নিৰ্বাচন কৰাৰ সুবিধাও আছে।

লগতে পঢ়ক পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

টিকট ক্ৰয় কৰাৰ পূৰ্বে কেতিয়া IRCTCৰ ৱেবছাইট বা এপত লগ ইন কৰিব লাগে তাৰো নিৰ্দিষ্ট নিয়ম আছে। শীততাপ নিয়ন্ত্ৰিত টিকট ক্ৰয় কৰিবলৈ আপুনি নিশা ৯:৫৭ বজাত লগ ইন কৰিব লাগিব। আৰু যদি শ্লীপাৰ টিকট ক্ৰয় কৰিব খোজে তেনে নিশা ১০:৫৭ বজাত ক্ৰয় কৰিব পাৰিব।

ইয়াৰ পিছত আপুনি কোনটো ষ্টেচনৰ পৰা যাত্ৰা কৰিব সেইটো উল্লেখ কৰিব লাগিব। ইয়াৰ পিছত আহিব সকলো ৰে’লৰ তালিকা। তাৰ পৰা ৰে’লখন বাছনি কৰিব লাগিব। IRCTCএ বুকিং আৰম্ভ কৰাৰ লগে লগে আপুনি সাৱধান হ’ব লাগিব। কাৰণ চূড়ান্ত প্ৰক্ৰিয়াটো আপুনি তৎক্ষণাত কৰিব লাগিব৷

লগতে পঢ়ক ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

এই চূড়ান্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰিবলৈ মাষ্টাৰ তালিকাত থকা নামবোৰ আহিব। কিন্তু সেইটো লিখিবলৈ বহুত সময় লাগে। গতিকে আগতে প্ৰস্তুত কৰা তালিকাৰ পৰা নিৰ্বাচন কৰাটো অতি সহজ হয়।

ইয়াৰ পিছত ভাড়া দিয়াৰ সময়ো ৰাহি কৰিব পাৰি। ইয়াৰ বাবে অনলাইন পেমেণ্টৰ ব্যৱস্থা প্ৰি-ৰেকৰ্ড কৰাৰ সুবিধা আছে। ইয়াৰ বাহিৰেও ভাড়াৰ ধন IRCTCৰ মানিবেগত ৰাখিবও পাৰি। আৰু যদি কৰে তেন্তে লগে লগে ভাড়া দিয়াটো সম্ভৱ। ফলত সেই সময়ত নিশ্চিত টিকট পোৱাটো সহজ হৈ পৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamidian rail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

শ্বেয়াৰ মাৰ্কেটত বুলিশ্ব লেভেল কি? এসপ্তাহত কেনেকৈ ৩ গুণলৈ বাঢ়ে ধন?

ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

ভাৰতৰ প্ৰথমখন একক বিবাহ সম্পন্ন, নিৰ্ধাৰিত দিনৰ পূৰ্বেই কিয় সম্পন্ন হ’ল বিবাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.