• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

4 years ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

27 minutes ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

2 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

3 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

5 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

14 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

14 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

15 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

15 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

16 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

16 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

editor by editor
June 9, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফৰ্মুলা ৱান খেলৰ কিংবদন্তি তাৰকা আছিল জেমছ হান্ট। সত্তৰৰ দশকত ট্ৰেকত কৰা অসাধাৰণ কাৰ্যকলাপৰ বাবে তেওঁ যিমানেই জনপ্ৰিয় আছিল সিমানেই তেওঁ ‘প্লেবয়’ নামেৰেও পৰিচিত আছিল। বহু নাৰীৰ সৈতে তেওঁৰ যৌন সম্পৰ্কৰ কাহিনী এতিয়াও মানুহৰ মুখত প্ৰচাৰ হৈ আছে।

শুনা যায় যে ৪৫ বছৰীয়া জীৱনত এই তাৰকাগৰাকীয়ে ৫ হাজাৰ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। ১৯৮৬ চনৰ ফৰ্মুলা ৱান বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ সময়ত ৩৫ গৰাকীকৈ বিমান পৰিচাৰিকা জেমছৰ বিচনাৰ সংগী হৈছিল। ১৯৯৩ চনত ৪৫ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ফৰ্মুলা ৱানৰ এই বিখ্যাত তাৰকাগৰাকীৰ।

লগতে পঢ়ক সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

শেহতীয়াকৈ তেওঁৰ পুত্ৰ ফ্ৰেডী হান্টে পিতৃৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ পিতৃৰ জীৱন সম্পৰ্কীয় বিভিন্ন কাহিনী কৈছিল। এসময়ত ফ্ৰেডীয়ে দেউতাকৰ বিৰুদ্ধে উত্থাপন হোৱা ড্ৰাগছ সেৱনৰ অভিযোগ অস্বীকাৰ কৰিলেও অন্য এক বিস্ফোৰণ ঘটাইছে।

ফ্ৰেডীয়ে কয়, “মোৰ দেউতাই পাৰ্টি কৰি ভাল পাইছিল। তেওঁ হয়তো মাজে মাজে কেৱল ধেমালিৰ বাবে কোকেইন খাব পাৰে। কিন্তু তেওঁ ড্ৰাগছ আসক্ত নাছিল।’’ ফ্ৰেডীৰ মতে তেওঁৰ দেউতাকৰ অতি কমেও ৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল৷

লগতে পঢ়ক হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!

ফ্ৰেডিয়ে দেউতাকৰ বিষয়ে আৰু কয়, “বহু পৰিচাৰিকাৰ সৈতে তেওঁ হোটেললৈ আহিছিল, ৰাতি হোটেলত পৰিচাৰিকাৰ সৈতে অতিবাহিত কৰিছিল, তাৰ পিছত পিছদিনা বিমানত উৰা মাৰিছিল। প্ৰতি নিশাই বেলেগ বেলেগ পৰিচাৰিকাৰ সৈতে আছিল।”

২০১৩ চনত জেমছ হান্টৰ বায়’পিক এখনো নিৰ্মাণ কৰা হৈছিল। মূল চৰিত্ৰটোত অভিনয় কৰিছিল ক্ৰীছ হেমছৱৰ্থে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFormula 1 icon James HuntJames Hunt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

July 29, 2026
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
Next Post
পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক…

ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.