• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

4 years ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

1 hour ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

2 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

4 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

13 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

13 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

14 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

14 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

15 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

15 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

editor by editor
June 9, 2022
in জীৱনশৈলী, বিবিধ
0
সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম এক মানৱীয় অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম।

কোনোৱে প্ৰেমৰ কথা ক’লে প্ৰায়ে কয় যে প্ৰথম দৃষ্টিতেই প্ৰেম হৈছিল বা প্ৰথম দেখাতেই প্ৰেম হৈছিল। ইংৰাজীত যাক কোৱা হয় ‘Love At First Sight’। সঁচাকৈয়ে মানুহ প্ৰথম দৃষ্টিতে প্ৰেমত পৰেনে? গৱেষণাত পোহৰলৈ আহিছে এই কথা।

নিউয়ৰ্কৰ হেমিল্টন কলেজৰ মনোবিজ্ঞানীসকলে দাবী কৰিছে যে প্ৰথম দৃষ্টিত প্ৰেম নহয়, চতুৰ্থ দৃষ্টিতহে প্ৰেম হয়। দুজন মানুহৰ মাজত প্ৰেম জাগৃত হ’বৰ বাবে কমেও চাৰিবাৰ সাক্ষাৎ হ’ব লাগিব বা কমেও চাৰিবাৰ ফ’টো চাব লাগিব। এই গৱেষণাই প্ৰেম যে প্ৰথম দৃষ্টিত ঘটে সেই কথা একেবাৰতে খণ্ডন কৰিছে।

লগতে পঢ়ক যদি যোগাসনৰ সুফল বিচাৰে, তেনে কি কি ভুল নকৰিব!

এই গৱেষণাটো চলাবৰ বাবে মনোবিজ্ঞানীসকলে যুৱক-যুৱতীসকলৰ এটা দল গঠন কৰিছিল। গৱেষণাৰ সময়চোৱাত ল’ৰা-ছোৱালীক ইজনে সিজনৰ ফ’টো দেখুওৱা হৈছিল৷ ল’ৰা ছোৱালীৰ দলটোৰ মগজুক এনে এটা মণিটৰৰ সৈতে সংযোগ কৰিছিল যিয়ে তেওঁলোকৰ মনত বিভিন্ন ফ’টোৰ প্ৰতি থকা তেওঁলোকৰ আকৰ্ষণৰ বিচাৰ কৰিব পাৰিছিল।

এই গৱেষণাত মনোবিজ্ঞানীসকলে দেখিলে যে প্ৰথমবাৰৰ বাবে ফ’টোসমূহ দেখুওৱাৰ পিছত মণিটৰত সামান্য লৰচৰ হৈছিল কিন্তু চতুৰ্থবাৰ ফটোবোৰ দেখুওৱাৰ সময়ত মগজুৰ উত্তেজনা আৰু আনন্দ বহন কৰা অংশটো সক্ৰিয় হৈ পৰিছিল যিয়ে প্ৰেমত পেলাব পাৰে।
এইদৰে গৱেষকৰ দলটো নিশ্চিত হৈ পৰে যে মানুহে প্ৰথম দৃষ্টিতেই প্ৰেমত নপৰে, চতুৰ্থ দৃষ্টিতহে প্ৰেমত পৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrelationships
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

July 29, 2026
Next Post
ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

পিতৃৰ বিৰুদ্ধে মহাবিস্ফোৰণ পুত্ৰৰ! ‘৫ হাজাৰ নাৰীৰে যৌন সম্পৰ্ক আছিল দেউতাৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.