• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!

হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!

4 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

5 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

5 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

5 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

6 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

6 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

6 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

7 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

7 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

7 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

8 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

10 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!

editor by editor
June 8, 2022
in অপৰাধ, ভাৰত
0
হোমৱৰ্ক নকৰাৰ শাস্তি পাষাণ মাতৃৰ! হাত-ভৰি বান্ধি প্ৰচণ্ড গৰমত ছাদ থৈ শিশু কন্যাক শাস্তি!
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ এটা ভাইৰেল ভিডিঅ’ৱে দেশজুৰি চাঞ্চ্যৰ সৃষ্টি কৰিছে৷ ভিডিঅ’টো দেখা গৈছে যে এজনী কণমাণি কন্যাক ছাদৰ ওপৰত প্ৰচণ্ড গৰমত বান্ধি থোৱা হৈছে৷

হাত-ভৰি বান্ধি থোৱা অকণি ছোৱালীজনীয়ে কান্দি থকা গৈছে৷ ৰ’দত হাত ভৰি বান্ধি ছাদত এইদৰে কন্যা শিশুটিৰ ওপৰত চলোৱা উৎপীড়নৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷

আৰক্ষীয়ে ভিডিঅ’টো কৰোৱাল নগৰ অঞ্চলৰ বুলি তথ্য লাভ কৰিছিল যদিও সেই অঞ্চলত তদন্ত কালত আৰক্ষীয়ে ভিডিঅ’টো কৰোৱাল নগৰৰ বুলি প্ৰমাণিক তথ্য লাভ নকৰিলে বুলি প্ৰকাশ কৰিছে।

লগতে পঢ়ক কাটিলে তেজ ওলোৱা এবিধ বিশেষ গছ? ইয়াৰ নাম কি আৰু ক’ত পোৱা যায়?

অৱশ্যে পিছত আৰক্ষীয়ে ভিডিঅ’টো ভিডিঅ’টো টুকমিৰপুৰৰ ২ নম্বৰ পথৰ বুলি তথ্য লাভ কৰে।

শিশুটিৰ মাকে আৰক্ষীক জনোৱা মতে, শিশুটিয়ে স্কুলৰ হোমৱৰ্ক নকৰাৰ বাবে ৫ৰ পৰা ৭ মিনিট এইদৰে শাস্তি প্ৰদান কৰি পুনৰ শিশুটিক ছাদৰ পৰা নমাই আনিছিল। এক টুইটযোগে আৰক্ষীয়ে কয় যে এই ঘটনাটো সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক পত্নীয়ে পালে চৰকাৰী চাকৰি, স্বামীয়ে কাটি দুচেও কৰিলে পত্নীৰ হাত, কিন্তু কিয়?

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এই দানৱীয় কাণ্ডটোক সামাজিক মাধ্যমত বিভিন্ন লোকে তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে৷

যিটো সময়ত দিল্লীৰ তাপমান প্ৰাপ্ত বয়স্ক লোকে সহ্য কৰিব পৰা নাই সেইটো সময়ত এটি কণমানি কন্যা শিশুক হাত ভৰি বান্ধি ছাদৰ ওপৰত শাস্তি প্ৰদান কৰা মাতৃগৰাকীক পাষাণ হৃদয়ৰ গৰাকী বুলি বিভিন্ন লোকে মন্তব্য কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdelhi videoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
Next Post
সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.