• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

4 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

12 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

15 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!

editor by editor
June 9, 2022
in বিশ্ব, ভাৰত
0
পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণ, ভগৱানৰ মূৰ্তিও ধ্বংস!
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ সংখ্যালঘু জনগোষ্ঠীৰ উপাসনাস্থলীৰ বিৰুদ্ধে শেহতীয়াকৈ কৰা আক্ৰমণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বুধবাৰে পাকিস্তানৰ কৰাচীৰ ওৰাংগী অঞ্চলত এটা হিন্দু মন্দিৰ আক্ৰমণ কৰি ধ্বংসস্তুপত পৰিণত কৰা হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কৰাচীৰ কোৰাংগী অঞ্চলৰ শ্ৰী মাৰি মাতা মন্দিৰত আক্ৰমণ কৰি ভগৱানৰ মূৰ্তিও ধ্বংস কৰা হৈছে। কোৰাঙী থানাৰ সীমাৰ ভিতৰত থকা ‘জে’ এলেকাত অৱস্থিত এই মন্দিৰটো।

মন্দিৰটো আক্ৰমণৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হৈ মন্দিৰটো পৰিদৰ্শন কৰি ঘটনা সন্দৰ্ভত স্থানীয় লোকক সোধা-পোছা কৰিছে।

লগতে পঢ়ক ইছলামক অপমান! মডেলসহ সহযোগীক গ্ৰেপ্তাৰ, শাস্তি হ’ব পাৰে মৃত্যুদণ্ড!

এক্সপ্ৰেছ ট্ৰিবিউন কাকতে প্ৰকাশ কৰা অনুসৰি এই ঘটনাই কৰাচীত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ মাজত আতংক আৰু শংকা সৃষ্টি কৰিছে৷ ইতিমধ্যে অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ নিৰাপত্তাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে। অঞ্চলটোত যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নহয় তাৰ বাবেই আৰক্ষীক সষ্টম কৰি ৰখা হৈছে৷

স্থানীয় হিন্দু লোকৰ উদ্ধৃতিৰে সংবাদ পত্ৰখনে প্ৰকাশ কৰিছে যে মটৰ চাইকেলত উঠি অহা ৬ ৰপৰা ৮জন ব্যক্তিয়ে অঞ্চলটোত সোমাই মন্দিৰটোত আক্ৰমণ চলায়। “ছয়-আঠজন অজ্ঞাত সন্দেহযুক্ত লোকে মন্দিৰটো ভাঙি-ছিঙি কৰি পলায়ন কৰে৷” কোৰাংগীৰ SHO ফাৰুক সঞ্জৰাণীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। তেওঁ লগতে কয় যে মন্দিৰত আক্ৰমণ কৰা অজ্ঞাত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক সঁচাকৈয়ে প্ৰথম দৃষ্টিতে প্ৰেম সম্ভৱ নে? কি ক’লে গৱেষকে?

পাকিস্তানৰ সংখ্যালঘু হিন্দু মন্দিৰবোৰ প্ৰায়ে ধৰ্মীয় সাম্প্ৰদায়িক আক্ৰমণ তথা হিংসাৰ লক্ষ্য হৈ পৰা দেখা গৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত কোট্ৰিৰ সিন্ধু নদীৰ পাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰক অচিনাক্ত লোকে অপবিত্ৰ কৰাৰ অভিযোগ উঠিছিল।

ইফালে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ খবৰ ভাইৰেল হোৱাৰ পিছতে অতি শীঘ্ৰেই আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অজ্ঞাত দুষ্কৃতিকাৰীকেইজনৰ বিৰুদ্ধে ঘটনাৰ সন্দৰ্ভত এফ আই আৰ দাখিল কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
Next Post
ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক…

ৰে’লত কিমান পৰিমাণৰ সামগ্ৰী বিনামূল্যে নিব পাৰি? জানিবলৈ চাওক...

ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

ৰে’লত যাত্ৰা কৰি ভাল পাই নেকি? হঠাৎ ৰে’লৰ টিকট কেনেকৈ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.