• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

1 hour ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

2 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

6 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

editor by editor
November 29, 2024
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গ’ল নিয়ম, ১৬ বছৰৰ তলৰ শিশু-কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া

এতিয়াৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ওপৰত কঠোৰ হব অষ্ট্ৰেলিয়া চৰকাৰ। দেশ খনত এতিয়াৰে পৰা ১৬ বছৰৰ তলৰ শিশু আৰু কিশোৰে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া। যুৱ সমাজৰ মাজত সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিয়ম জাৰি কৰিছে অষ্ট্ৰেলিয়া চৰকাৰে।

বৃহস্পতিবাৰ ২৮ নৱেম্বৰ তাৰিখে সদনত এই সিদ্ধান্ত গ্ৰহণ কৰে দেশখনৰ চৰকাৰে। সংসদৰ নিম্ন সদনে সপ্তাহটোৰ আৰম্ভণিতে গৃহীত কৰিছিল এই নিয়ম। এতিয়া সেই সিদ্ধান্ত আইনত পৰিণত। এতিয়াৰে পৰা দেশ খনৰ ১৬ বছৰৰ তলৰ লোকে লোকেই সামাজিত মাধ্যমত একাউণ্ট ৰাখিব নোৱাৰিব।

অষ্ট্ৰেলিয়াৰ দূৰ-সংযোগ মন্ত্ৰী মিচেল ৰ’লেণ্ডে কয় যে, “এয়া যুৱক-যুৱতীসকলক সুৰক্ষা দিয়াৰ কথা – শাস্তি বা পৃথকীকৰণৰ কথা নহয়।” মন্ত্ৰী ৰ’লেণ্ডে , ড্ৰাগছ সেৱন, খাদ্যাভ্যাসৰ বিকাৰ আৰু হিংসাত্মক বিষয়বস্তুৰ সংস্পৰ্শৰ কথা উল্লেখ কৰি কয় যে শিশুসকলে অনলাইনত সন্মুখীন হোৱা কিছুমান ক্ষতিৰ বাবেই এই সিদ্ধান্ত।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে ব্যৱহাৰকাৰীৰ বয়স পৰীক্ষা কৰিবলৈ “যুক্তিসংগত পদক্ষেপ” ল’ব লাগিব। এই আইনখনে টিকটক, ফেচবুক, স্নেপচ্যাট, ৰেডিট, ইনষ্টাগ্ৰাম আৰু এক্সৰ দৰে ডাঙৰ ডাঙৰ প্লেটফৰ্মসমূহ সামৰি লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত মেছেজিং এপ, গেমিং প্লেটফৰ্ম আৰু শিক্ষামূলক বিষয়বস্তু প্ৰদান কৰা সেৱাসমূহ ৰেহাই দিয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: australiasocial mediaSocial media Low
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

৩০ বছৰৰ পাছত হ’বলৈ গৈ আছে শশ মহাপুৰুষ ৰাজযোগ, ৩ ৰাশিৰ ওপৰত কৃপাময় হৈ পৰিব শনি

৩০ বছৰৰ পাছত হ'বলৈ গৈ আছে শশ মহাপুৰুষ ৰাজযোগ, ৩ ৰাশিৰ ওপৰত কৃপাময় হৈ পৰিব শনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.