• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

6 minutes ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

57 minutes ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

2 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

4 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

5 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

6 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

6 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

7 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

7 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

7 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

8 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

editor by editor
November 29, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতাৰ অভিনেতাক চুম্বন, দৃশ্য শ্বুট কৰিবলৈ বহু ভাবিবলৈ বাধ্য হৈছিল এই দুই তাৰকা

চিনেমাত সাধাৰণতে এগৰাকী অভিনেতাৰ এগৰাকী অভিনেত্ৰীক চুম্বনৰ দৃ্শ্য আপুনি দেখিছে । কোনো কোনো চিনেমাত হয়তো তাতোকৈয়ো অধিক দেখিছে আপুনি। কেতিয়াবা শুনিবলৈও পোৱা যায় তেনে একাত্ম হোৱা দৃশ্য কৰিবলৈ কুণ্ঠাবোধ কৰে অভিনেত্ৰীয়ে।

যাৰ বাবে চিনেমা এখনে ডিমাণ্ড কৰাৰ পাছতো কেতিয়াবা ডাইৰেক্টৰে দৃশ্য সলাবলৈ বাধ্য হয়। পাছে চাইচেনে এখন চিনেমা, য’ত এগৰাকী অভিনেতাই আন এগৰাকী অভিনেতাক চুম্বন খোৱাৰ দৃশ্য। একেবাৰে লিপ-লক।

হয়, ইয়াত ছবি ‘বম্বে টকিজ’ৰ কথা কোৱা হৈছে। এই ছবিখনতেই অভিনয় কৰিছিল বিশেষ বিশেষ চৰিত্ৰত অভিনয় কৰি নাম গঢ়া ৰনদীপ হুদা। ৰনদীপৰ লগতে চবিখনত আছিল শ্বাকিব ছলীম। সেই ছবিখনতেই ৰনদীপ আৰু শ্বাকিবৰ মাজত এক অন্তৰংগ মুহুৰ্তৰ দৃশ্য আছিল।

যি দৃশ্যই ছবিখনৰ মুক্তিৰ পাছত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ছবিখনৰ শ্বুটিঙৰ সময়তো হীনমান্যতাত ভুগিছিল অবিনেতা শ্বাকিব। বহু চিন্তাতো পৰিছিল কিদৰে কৰিব সেই দৃশ্য। আনহাতে ৰনদীপ হুদাইয়ো কিছু অস্বস্তি অনুভৱ কৰিছিল। গোটেই শ্বুটিঙৰ মানুহো চিন্তাত আছিল কিদৰে কৰিব সেই লিপ-লক দৃশ্য।

কিন্তু সকলো চিন্তাৰ মাজতেই শ্বুট হৈ যায় সেই দৃশ্য। তাকো এটা শ্বটতেই হৈ যায় সেই দৃশ্য। লগে লগে ডাইৰেক্টৰে অকে দি দিয়ে সেই দৃশ্যৰ। দুয়ো অভিনেতাইয়ো আচৰিত হৈ পৰে এবাৰতেই তেনে এটা দৃশ্য সম্পন্ন হৈ পৰাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieLip lockRandeep HoodaShakib
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!
বিনোদন

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
Next Post
৩০ বছৰৰ পাছত হ’বলৈ গৈ আছে শশ মহাপুৰুষ ৰাজযোগ, ৩ ৰাশিৰ ওপৰত কৃপাময় হৈ পৰিব শনি

৩০ বছৰৰ পাছত হ'বলৈ গৈ আছে শশ মহাপুৰুষ ৰাজযোগ, ৩ ৰাশিৰ ওপৰত কৃপাময় হৈ পৰিব শনি

খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

খেলি থকাৰ সময়তে খেলপথাৰত প্ৰাণ হেৰুৱালে ক্ৰিকেটাৰে, শোকৰ বন্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.