• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপাৰ ছানডেত ভাৰতীয় ক্ৰিকেটৰ জয়জয়কাৰ, এদিনতে একেলগে পৰাস্ত কৰিলে পাকিস্তান-বাংলাদেশক

2 years ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

2 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

3 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

4 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

5 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

6 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

8 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছুপাৰ ছানডেত ভাৰতীয় ক্ৰিকেটৰ জয়জয়কাৰ, এদিনতে একেলগে পৰাস্ত কৰিলে পাকিস্তান-বাংলাদেশক

editor by editor
October 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ছুপাৰ ছানডেত ভাৰতীয় ক্ৰিকেটৰ জয়জয়কাৰ, এদিনতে একেলগে পৰাস্ত কৰিলে পাকিস্তান-বাংলাদেশক
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেটৰ জয়জয়কাৰ, এদিনতে একেলগে পৰাস্ত কৰিলে পাকিস্তান-বাংলাদেশক

ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে ছুপাৰ দেওবাৰ আছিল কালিৰ দিনটো। কালি ৬ অক্টোবৰৰ দিনটো ভাৰতীয় ক্ৰিকেটৰ বাবে অতিকে ভাল দিন আছিল। এফালে চিৰবৈৰী পাকিস্তান পৰাস্ত আনহাতে বাংলাদেশ পৰাস্ত। এটা দিনতে একেলগে ভাৰতীয় ক্ৰিকেটৰ হাতত ধাৰাশায়ী পাকিস্তান-বাংলাদেশ।

এফালে মহিলা বিশ্বকাপত ভাৰতীয় মহিলা দলে পৰাস্ত কৰে পাকিস্তানক, আনহাতে ঘৰুৱা টি-২০ শৃংখলাত ভাৰতীয় পুৰুষ দলে পৰাস্ত কৰে বাংলাদেশৰ দলক। পুৰুষ-মহিলা দুয়ো দলে নিজৰ উজ্জল প্ৰদৰ্শন কৰি দৰ্শনীয় ৰূপত জয়লাভ কৰে।

মহিলা বিশ্বকাপৰ খেলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলাদল পৰাস্ত হলেও কালি বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন খেলত ৬ উইকেটত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে। পাকিস্তান দলে ৮ উইকেট হেৰুৱাই ২০ অভাৰত ১০৫ ৰান কৰে, সেই লক্ষ্য ভাৰতে ১৯ অভাৰতে পাৰ কৰি জয়লাভ কৰে।

আনহাতে সন্ধিয়া ভাৰত-বাংলাদেশৰ তিনিখনীয়া শৃখংলাৰ প্ৰথমখন খেলত ৭ উইকেটত ভাৰতে জয়লাভ কৰে। বাংলাদেশে কেউটা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰান কৰি ১২৮ ৰানৰ লক্ষ্য দিয়ে ভাৰতক। ভাৰতীয় দলে কেৱল ১১.৫ অভাৰতে ৩ টা উইকেট হেৰৱাই ১২৮ ৰ লক্ষ্য ভেদি বিজয় সাব্যস্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketIndian Men CricketIndian Wommen CricketSuper SundayT 20T 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

Next Post
সতৰ্ক! ৫ খন ৰাজ্যত ধুমুহা, ১২ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ, অসমৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি

জানেন, দীপিকা নহয়, অন্য এগৰাকীহে ভাৰতীয় চিনেমাৰ সবাতোকৈ ওখ অভিনেত্ৰী, লাভ কৰিছে মিছ ইণ্ডিয়া-মিছ ৱৰ্ল্ডৰ খিতাপো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন