• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

50 minutes ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

2 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

20 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

20 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

21 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

23 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

editor by editor
August 20, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ আগষ্ঠ ২০২৪ বুধবাৰে চন্দ্ৰই শনিৰ গ্ৰহ কুম্ভত দিনজুৰি থাকি তাৰপাছত ৰাতি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইবাটাও শুভ যোগ থাকিব৷ কাইলৈ থাকিবলগা শুভ যোগসমূহ হৈছে ত্ৰিপুষ্কৰ যোগ, সুকৰ্ম আৰু ধৃতি যোগ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে সিংহ ৰাশিত৷ ইয়াৰ পাছতেই কাইলৈ থাকিব পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব জানক সবিশেষ৷

বৃষ ৰাশি

কাইলৈ ত্ৰিগ্ৰহী যোগৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাংসৰিক জীৱনত সুখ ভৰপুৰ থাকিব৷ দীৰ্ঘদিনৰ কোনো অসম্পূৰ্ণ কাম কাইলৈ সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব আপুনি৷ নতুন কামত হাত দিলে সাফল্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ সকলো ক্ষেত্ৰতেই আপোনাৰ কাম সকলোৰে নজৰত থাকিব৷ শহুৰৰ ঘৰৰ সৈতে কাইলৈ সকলো সম্পৰ্ক উন্নত হ’ব৷

সিংহ ৰাশি

কাইলৈ সিদ্ধিদাতাৰ আশীৰ্বাদত লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ গণেশৰ কৃপাত কাইলৈ জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ শান্তি ওভতি আহিব আপোনাৰ জীৱনলৈ৷ নতুন কোনো কামত হাত দিলে সফলতা আহিব৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে কাইলৈ সম্পৰ্ক উন্নত হ’ব আপোনাৰ৷ ব্যৱসায়ত কাইলৈ মোটা অংকত লাভ হ’ব আপোনাৰ৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে সিংহ ৰাশিৰ জাতকৰ আলাপ হ’ব৷

তুলা ৰাশি

কাইলৈ ভাদ মাহৰ কৃষ্ণা দ্বিতীয়াত ধৃতি যোগৰ সুফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ কেৰিয়াৰত বৃহৎ কোনো সাফল্য লাভ কৰিব পাৰিব৷ যিয়ে ব্যৱসায় কৰিছে তেওঁলোকৰো বিশেষ আৰ্থিক লাভ অৰ্জনৰ সম্ভাৱনা৷ কাইলৈ যি কামতেই হাত দিয়ে, তাতেই আপুনি প্ৰচুৰ সাফল্য লাভ কৰিব৷ তুলা ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ কথা চূড়ান্ত হ’ব পাৰে৷

ধনু ৰাশি

কাইলৈ বুধবাৰে পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ সুকৰ্ম যোগৰ প্ৰভাৱত আপোনাৰ দীৰ্ঘদিনে ৰৈ থকা কাম সম্পন্ন হ’ব৷ কাইলৈ আপোনাৰ মনত আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব৷ যিয়ে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভ কৰিব৷ ধনু ৰাশিৰ জাতক ব্যৱসায়ীৰ কোনো বৃহৎ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে৷ কাইলৈ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷

মকৰ ৰাশি

২১ আগষ্ট বুধবাৰে ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত মনত সকলো ইচ্ছা পূৰণ হ’ব মকৰ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি উন্নীত হ’ব৷ যিয়ে ব্যৱসায়ীক সূত্ৰে বিদেশত থাকে তেওঁলোকৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ভায়েক ভনীয়েকৰ মাজত ভুল বুজাবুজি থাকিলে কাইলৈ দূৰ হ’ব৷ প্ৰেম জীৱনত ৰোমান্স ভৰপুৰ থাকিব৷ কাৰ্যালয়ত আপোনাৰ বাবে পৰিবেশ অনুকূল থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
কেনেকৈ ভাইৰেল হ’বলৈ পালে নি/ৰ্যা/তি/তা/ৰ ছবি? আৰ জি কৰৰ ঘটনাক লৈ ৰাজ্যৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়

কেনেকৈ ভাইৰেল হ’বলৈ পালে নি/ৰ্যা/তি/তা/ৰ ছবি? আৰ জি কৰৰ ঘটনাক লৈ ৰাজ্যৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.