• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?

 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?

4 years ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

8 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

31 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

1 hour ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?

editor by editor
January 24, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
 ‘‘বিজেপিৰে ২৫ বছৰীয়া মিত্ৰতা আছিল বৃহৎ অপচয়’’, কাৰ এই ৰাজনৈতিক বিস্ফোৰণ?
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘ভাৰতীয় জনতা পাৰ্টিৰ সৈতে থকা ২৫ বছৰীয়া মিত্ৰতা বিৰাট অপচয় আছিল৷’ এই  বিস্ফোৰক মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ বৰ্তমানৰ প্ৰধান উদ্ধৱ থাকৰেই৷

দেওবাৰে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ ৯৬ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে আয়োজিত এক ভাৰ্চুৱেল কাৰ্যসূচীত শিৱসেনাৰ সৈনিকসকল উদ্দেশ্যি দিয়া ভাষণত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই৷

থাকৰেই লগতে কয় যে তেওঁ দলে মহাৰাষ্ট্ৰৰ বাহিৰতো স্থিতি মজবুট কৰি ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষ ভূমিকা পালন কৰি বিজেপিক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিব৷

বিজেপিয়ে দেশত হিন্দুত্ববাদী ৰাজনীতি কৰাৰ অভিযোগ তুলি শিৱসেনাৰ প্ৰধানগৰাকীয়ে কয় যে বিজেপিয়ে দেশত হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ বাবে ক্ষমতালৈ আহিবলৈ চেষ্টা কৰি আহিছিল৷ কিন্তু শিৱসেনাই কেতিয়াও হিন্দুত্বৰ বাবে ৰাজনীতি কৰা নাই ৷

পুৰণি সতীৰ্থ আকালী দল, শিৱসেনা আদি ওলাই অহাৰ পিছত বিজেপি নেতৃত্বাধীন এনডিএ অৰ্থাৎ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰায় নিশকতীয়া হৈ পৰা বুলি তাৎপুৰ্যপূৰ্ণ  মন্তব্য কৰে উদ্ধৱ থাকৰেই৷

ইফালে নিজকে উগ্ৰ হিন্দুত্ববাদী নহয় বুলি দাবী কৰি হিন্দুত্বৰ দৰ্শনক ত্যাগ কৰা নাই বুলি সদৰী কৰিছে শিৱসেনাই৷ থাকৰেৰ মতে বিজেপিয়ে হিন্দুত্বৰ দৰ্শনক বিশ্বাস নকৰে, ক্ষমতাৰ বাবেহে বিজেপিয়ে হিন্দুত্ববাদক ব্যৱহাৰ কৰি আহিছে৷ আৰু সেয়ে শিৱ সেনাই বিজেপিৰ সংগ ত্যাগ কৰিছে, হিন্দুত্বৰ দৰ্শনক এতিয়াও ত্যাগ কৰা নাই৷

থাকৰেই অধিক আক্ৰমণাত্মক হৈ বিজেপিয়ে হিন্দুত্ব কি সেয়াও বুজি নাপায় বুলি দাবী কৰি যোৱা ২৫ টা বছৰ বিজেপিৰ লগত থাকি শিৱসেনাই কেৱল মাত্ৰ সময় অপচয় কৰা বুলিহে সৈনিকসকলক উদ্দেশ্যি কৰি কয়৷

উল্লেখ্য যে উদ্ধৱ থাকৰেৰ পিতৃ বাল থাকৰেই ২৫ বছৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এনডিএৰ লগত চামিল হৈছিল৷ ইয়াৰ পিছত ২৫ টা বছৰ বিজেপি আৰু শিৱসেনাৰ ৰাজনৈতিক মিত্ৰতা থাকিলেও মহাৰাষ্ট্ৰত বিজেপিয়ে বিশ্বাসঘাতকতাৰে শিৱ সেনাৰ স্থিতি দুৰ্বল কৰি নিজৰ স্থিতি সবল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰি উদ্ধৱ থাকৰেই এনডিএ ত্যাগ কৰে৷

ইয়াৰ পিছতে ২০১৯ত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চাৰ সৈতে চামিল হৈ এনচিপি আৰু কংগ্ৰেছৰ সমৰ্থনত মহাৰাষ্ট্ৰত শিৱসেনাই চৰকাৰ গঠন কৰে আৰু বাল থাকৰেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়৷ ইয়াৰ পিছৰে পৰা উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰৰ পৰা বিজেপিৰ চিন মোকাম নাইকিয়া কৰিবলৈ অসৰহ চেষ্টা কৰি আহিছে৷

শিৱসেনাৰ বৰ্তমানৰ প্ৰধান তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এই মন্তব্যৰ পিছতে বিজেপিয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bjpndaShiv Senauddhav thackerayUPA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
গুৰু-শিষ্যৰ সম্পৰ্কত পুনৰ কালিমা! শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

গুৰু-শিষ্যৰ সম্পৰ্কত পুনৰ কালিমা! শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

শ্বেয়াৰ মাৰ্কেট কি?

শ্বেয়াৰ মাৰ্কেট কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.