• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

52 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

3 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

4 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
August 25, 2025
in জীৱনশৈলী
0
ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৬ আগষ্ট ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাত কোৱা মতে কাইলৈ ভাদ শুক্লা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ৷ কাইলৈ নিশা থাকিব হস্তা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ২৬ আগষ্ট শুভ হব মেষ ৰাশিৰ বাবে৷ কাইলৈ আপোনাৰ মনত প্ৰচুৰ আনন্দ থাকিব৷ নিজৰ বুদ্ধিৰে কাইলৈ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ যাব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰাৰ আশা আছে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম বৰ্তি থাকিব৷

মিথুন ৰাশি

বজৰংবলীৰ আশীৰ্বাদত মিথুন ৰাশিৰ জাতকে কাইলৈ পুৱাই কোনো ভাল খবৰ লাভ কৰিব পাৰে৷ কাইলৈ দিনটো বন্ধুৰ সৈতে ভাল দিন কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে মিথুন ৰাশিৰ জাতকে৷ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ সুযোগ থাকিব আপোনাৰ সন্মুখত৷
কন্যা ৰাশি

কাইলৈ ধনলক্ষ্মী যোগৰ শুভ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ পৰিয়ালৰ লোকৰ সৈতে কাইলৈ ভাল দিন কটাব৷ নিশা কোনো ৰেস্তোঁৰাত ভাল খাদ্য গ্ৰহণৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবে মঙ্গলময় হব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷ আৰ্থিকভাৱেও লাভৱান হব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব পাৰে৷ কাইলৈ ধনলক্ষ্মী যোগৰ শুভ প্ৰভাৱত কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব৷ শত্ৰুক নিজৰ বুদ্ধিবলেৰে হৰুৱাব পাৰে৷ অৰ্থ সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত লব পাৰে৷ কাইলৈ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ ব্যৱসায়তো ডাঙৰ কোনো সাফল্য পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷

মকৰ ৰাশি

কাইলৈ ২৬ আগষ্ট লাভজনক দিন হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্যও কাইলৈ ভালে থাকিব৷ সন্ধিয়াৰ পাছত ভাল সময় কটাব৷ যি সাফল্যৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল কাইলৈ সন্ধিয়া সেই সাফল্য লাভ কৰিব৷ সংগীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গাঢ় হব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
Next Post
পূজাৰ পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, দীপাৱলিত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

পূজাৰ পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, দীপাৱলিত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

নগদ লেনদেনৰ পৰা চেক বহী, HDFC বেংকৰ কেইবাটাও নিয়ম সলনি, জানি থওক সবিশেষ সালসলনিৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.