• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

2 years ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

33 minutes ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

53 minutes ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

1 hour ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

2 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

3 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

6 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

7 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

8 hours ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে

editor by editor
November 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সৌভাগ্য যোগ, সাফল্যৰ দৌৰত সকলোকে পিছপেলাব এই ৫ৰাশিৰ জাতকে
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩ নৱেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই সমগ্ৰ দিন বৃশ্চিক ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি কাতি মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি৷ আজি নিশা ১০ বাজি ৫ মিনিট পৰ্যন্ত দ্বিতীয়া থাকিব৷ সমগ্ৰ দেশত আজি পালিত হ’ব ভাইফোটাও৷ এই সময়ত সূৰ্যই তুলা ৰাশিত অৱস্থান কৰিছে জ্যোতিষ গণনা অনুসৰি আজি সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ থাকিব৷ আজি দিনজুৰি থাকিব অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্ম অনুসৰি দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

আজি ৩ নৱেম্বৰ অত্যন্ত শুভ দিন মিথুন ৰাশিৰ জাতকৰ৷ আজি দিনজুৰি পৰিস্থিতি অনুকূল থাকিব৷ বন্ধু আৰু আত্মীয়ৰ সৈতে আজি ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কৰ ভুল বুজাবুজি আজি দূৰ হ’ব৷ সকলো কামতে পৰিয়ালৰ লোকৰ সাহায্য পাব৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক৷ মিথুন ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি আজি উন্নত হ’ব৷

কৰ্কট ৰাশি

শোভন যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত বিশেষ উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ আজি সকলো কামতে ভাগ্যক নিজৰ কাষত পাব৷ চাকৰি পৰিবৰ্তন কৰিব বিচাৰিলে আজিৰ দিনটো শুভ৷ পৰিয়ালত আজি দিনজুৰি সুখ শান্তিৰ পৰিবেশ থাকিব৷ ভায়েক ভনীয়েকৰ সহায় লাভ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷

কন্যা ৰাশি

দেওবাৰে সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ আজি নিজৰ পুৰণি সকলো অসম্পূৰ্ণ কাম আপুনি সফলতাৰে সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব পাৰিব৷ ব্যক্তিগত জীৱনত সুখ শান্তিৰ পৰিবেশ থাকিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা আৰু ভালপোৱা থাকিব৷ কৰ্মক্ষেত্ৰত সকলো কামতেই সাফল্য লাভ কৰিব৷

ধনু ৰাশি

আজি সৌভাগ্য যোগৰ শুভ প্ৰভাৱত কাৰ্যকৰী আৰু লাভজনক দিন কটাব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ত মোটা অংকত লাভ পাব৷ আজি সকলো বিষয়ত পৰিয়ালৰ সদস্যক কাষত পাব৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকে সকলোৰে প্ৰশংসা আদায় কৰিব৷ সংগীৰ পৰামৰ্শত আপুনি লাভ কৰিব পাৰিব৷ নতুন চাকৰিৰ ভাল প্ৰস্তাৱ আহিব পাৰে৷

কুম্ভ ৰাশি

অনুৰাধা নক্ষত্ৰৰ শুভ প্ৰভাৱত শ্ৰী বিষ্ণুৰ আশীৰ্বাদত আজি ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ কোনো সুখবৰ আপুনি লাভ কৰিব৷ আজি আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ তাৰপৰা মুক্তি পাব৷ অপ্ৰত্যাশিতভাৱে হাতলৈ ধন আহিব৷ ঘৰত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
Next Post
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.