• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

2 years ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

32 minutes ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

51 minutes ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

1 hour ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

2 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

3 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

6 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

7 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

8 hours ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

editor by editor
November 3, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ সপোনৰ ঘৰ নিৰ্মাণ কৰি তোলাৰ বাবে বহুতৰেই প্রধান ভৰসা হৈছে বেংকৰ হোম লোন৷ বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে ব্যক্তিগৰাকীৰ মাহিলী ইনকাম কিমান হোৱাটো জৰুৰী? আৰু ব্যক্তিজনে মাহিলী কিমান টকা EMI বেংকক দিব লাগিব?

যেতিয়া কোনো বেংকত হোম লোনৰ বাবে আৱেদন কৰা হয় তেতিয়া ,এই বেংকৰ তৰফৰ পৰা গ্ৰাহকৰ আৰ্থিক ক্ষমতা, আয়ৰ উৎস ইত্যাদিৰ দৰে বিভিন্ন দিশ বিবেচনা কৰিয়ে এই লোন দিয়া হয়৷ যদি কোনো বেংকত হোম লোনৰ বাবে আবেদন কৰে তেন্তে ব্যক্তিজনৰ আৰ্থিক অৱস্থাৰ সৈতে ঋণগ্ৰহীতাৰ বয়সেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰকৃততে গ্ৰাহকৰ বয়সৰ ওপৰত বহু ক্ষেত্ৰতেই হোম লোন পৰিশোধৰ সময়কাল নিৰ্ভৰ কৰে৷ আৰু যদি কোনো পুৰণি লোন পৰিশোধ কৰাৰ সৈতে নতুন হোম লোনৰ বাবে এপ্লাই কৰে তেন্তে বেংকৰ তৰফৰ পৰা সেই পুৰণি ঋণৰ বিভিন্ন দিশো পুনৰ চোৱা হয়৷ অৰ্থাৎ বেংকে হোম লোন দিয়াৰ পূৰ্বে সংশ্লিষ্ট গ্ৰাহকৰ এয়া পৰিশোধ কৰাৰ ক্ষমতা আছেনে সেয়া চাইহে ঋণ দিয়ে৷

HDFC বেংকৰ পৰা যদি কোনোৱে ২০ বছৰৰ বাবে ২৮লাখ টকাৰ ঋণ লয় তেন্তে তেওঁ প্ৰতিমানে EMI কিমানকৈ দিব লাগিব? HDFC  বেংকৰ কেলকুলেটৰ অনুসৰি গ্ৰাহকৰ যদি পূৰ্বে কোনো ঋণৰ ইতিহাস নাথাকে তেন্তে তেওঁলোকে ২০ বছৰৰ বাবে ২৮লাখৰ ঋণত ৮.৭৫% সুদৰ হাৰত হোম লোন পাব পাৰে৷ অৰ্থাৎ HDFC বেংকৰ হোম লোনৰ কেলকুলেটৰ অনুসৰি কোনোৱে যদি বছৰত ৮.৭৫% হাৰত ২০ বছৰৰ বাবে ২৮লাখৰ ঋণ লয় তেতিয়া তেওঁ মাহিলী কমেও ৫১,১০০ আয় কৰিব লাগিব৷ ইয়াৰোপৰি বেংকক তেওঁ EMIত ২৫,০৫০ টকা মাহিলী দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

September 28, 2026
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
শিক্ষা

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 28, 2026
Next Post
বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

বৃহস্পতি শুক্ৰৰ সহাবস্তান! ৩ৰাশিৰ উপচি পৰিব ধন, কাৰ কাৰ কঁপালত আছে ধনসুখ?

বিৱৰ্তনৰ পথত পৃথিৱী, আফ্ৰিকা ভাঙি যাব দুভাগত, তৈয়াৰ হ’ব নতুন সমুদ্ৰ, কেতিয়া ঘটিব এই ঘটনা?

বিৱৰ্তনৰ পথত পৃথিৱী, আফ্ৰিকা ভাঙি যাব দুভাগত, তৈয়াৰ হ’ব নতুন সমুদ্ৰ, কেতিয়া ঘটিব এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.